মৈৰাবাৰীত মাদ্ৰাছা উচছেদ

Screenshot 400

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জামিয়া উল হুদা মাদ্ৰাছা উচ্ছেদ ।

মুফতি মহম্মদ মুস্তাফা আছিল এই মাদ্ৰাছাখনৰ প্ৰধান ।

বাংলাদেশী জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টিমৰ স’তে লিংক থকাৰ অভিযোগত মুফতি মহম্মদ মুস্তাফাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

মুস্তাফাৰ আন ভাতৃ জাকাৰিয়া আৰু মুস্তাফাৰ পত্নী আছমিনাকো আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ।

২০১৮ৰ পাৰা মুঠ নজন বাংলাদেশী অচিন লোক আহি আশ্ৰয় লৈছিলহি মাদ্ৰাছাখনত । আজি পুৱা ভাগতে প্ৰশাসনে উচ্ছেদ কৰে মাদ্ৰাছাখন ।

Exit mobile version