কমনৱেলথ গেমছত ছেমি ফাইনেলত হিমা দাস

পুনৰ সুখবৰ অসমবাসীলে ।

কমনৱেলথ গেমছত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে ।

২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছিল হিমাই ।

Exit mobile version