ৰাজ্যত নতুনকৈ মুকলি হ’ব ১০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ : অজন্তা নেওগ

WhatsApp Image 2022 08 13 at 4.18.25 PM 1

ৰাজ্যত নতুনকৈ মুকলি হ’ব ১০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ : অজন্তা নেওগ

‘সকলো থিকে থাকে থাকিলে কাইলৈ ৰাজ্যত নতুনকৈ মুকলি হ’ব ১০০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ৷   এই কথা সদৰি কৰে ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে ৷ দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক দিৱসৰ লগত সংগতি ৰাখি আজাদী কী অমৃত মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰ বুজ লবলৈ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী গৰাকীয়ে জালুকবাৰীলৈ গৈ থকা পথত আকস্মিকভাৱে উপস্থিত হয় সুন্দৰৱড়ী অংগনৱাড়ী কেন্দ্ৰত ৷ কেন্দ্ৰটোত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰটোৰ কণমানি শিশু সকলৰ সৈতে মতবিনিময়ৰ লগতে বিতৰণ কৰে ত্ৰিৰংগা পতাকা ৷

Exit mobile version