গুৱাহাটীত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডা:মানিক সাহা

WhatsApp Image 2022 08 24 at 3.34.20 PM

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডা:মানিক সাহা এদিনীয়া ভ্ৰমণসূচীৰে আজি উপস্থিত হয় গুৱাহাটীত ৷ গুৱাহাটীত উপস্থিত হৈয়ে ৰাওনা হয় নীলাচল পাহাৰলৈ ৷ তাত কামাখ্যা মন্দিৰত প্ৰৱেশ কৰি পূজা অৰ্চনা কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক সৌজন্যতামুলক সাক্ষাৎ কৰাৰ লগতে ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত হৈ মতবিনিময় কৰিব বিজেপি কাৰ্যকৰ্তাৰ সৈতে ৷

Exit mobile version