২৯ আগষ্টত মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেন্টেলৰ ফলাফল ঘোষণা

WhatsApp Image 2022 08 27 at 6.02.21 PM

অহা ২৯ আগষ্টত ঘোষণা কৰা হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেন্টেল পৰীক্ষাৰ ফলাফল ।

আজি পুৱা অসম মাধ্যমিক শিক্ষা পৰিষদে সদৰী কৰা অনুসৰি পুৱা ১০ বজাত মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেন্টেল পৰীক্ষাৰ সমূহ ফলাফল ঘোষণা কৰা হ’ব ।

প্ৰতিখন বিদ্যালয়লৈ ফলাফল সমূহ প্ৰেৰণ কৰাৰ লগতে WWW.sebaonline.org ৱেবছাইটত উপলব্ধ হ’ব ফলাফল ।

ইয়াৰলগতে SEBA Results এপতো গৈ চাব পাৰিব ফলাফল ।

Exit mobile version