নুনমাটিত বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই সৰবৰাহকাৰীক আটক

WhatsApp Image 2022 08 29 at 3.55.44 PM

মহানগৰীৰ নুনমাটি থানাৰ আৰক্ষীয়ে এক বিশেষ সুত্ৰৰ পমখেদি শ্বিলঙৰ পৰা সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মেঘালয়ৰ সৰবৰাহকাৰী দুজনে ML-05H-3369 নম্বৰৰৰ ছুইফট বাহনত শ্বিলংৰ পৰা নুনমাটিলৈ আনিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে ৷ ধৃত যুৱক দুজন হ’ল বঞ্জিনউমেদন উমদৰ আৰু বন্দন ননগবেট ৷

Exit mobile version