সৰ্বকালৰ ৰেকৰ্ড ভাঙি ভাৰতীয় টকাৰ মূল্য অতি নিম্নস্তৰত

WhatsApp Image 2022 08 29 at 2.31.45 PM

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান সত্য কৰি আজি ভাৰতীয় টকাৰ মূল্য নিম্নস্তৰত অৱস্থান কৰে ৷ সোমবাৰে পুৱা ভাৰতীয় টকাৰ মূল্য এক ইউ এছ ডলাৰত ৮০.২০ টকা ৷ দিনক দিনে ভাৰতীয় টকাৰ মূল্য অতি নিম্নস্তৰলৈ গতি কৰাক লৈ চিন্তিত হৈ পৰিছে দেশৰ অৰ্থনীতিবিদ ৷ যিসময়ত ভাৰতীয় টকাই এক শক্তিশালী ৰূপত অৱস্থান কৰিব লাগিছিল যদিও শেহতীয়াকৈ ক্ৰমাৎ নিম্নগামী হোৱা বিষয়টো দিল্লীৰ বাবে হৈ পৰিছে  চিন্তাৰ কাৰণ   ৷

Exit mobile version