অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তলৈ চি বি আইৰ চমন

Ankita Dutta

এইবাৰ অসম প্ৰদেশ কংগ্ৰেছত চিবিআইৰ হাতোৰা ৷

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তলৈ চি বি আই-এ জাৰি কৰিছে চমন ৷

অহা ৩ ছেপ্তেম্বৰত চিবিআইৰ কলকাতাস্থ মুখ্য কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দত্তক ৷

উল্লেখ্য যে বহু চৰ্চিত সাৰদা কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে যুৱ কংগ্ৰেছ নেত্ৰী গৰাকীলৈ জাৰি কৰিছে চমন ৷

Exit mobile version