এইবাৰ অসম প্ৰদেশ কংগ্ৰেছত চিবিআইৰ হাতোৰা ৷
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তলৈ চি বি আই-এ জাৰি কৰিছে চমন ৷
অহা ৩ ছেপ্তেম্বৰত চিবিআইৰ কলকাতাস্থ মুখ্য কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দত্তক ৷
উল্লেখ্য যে বহু চৰ্চিত সাৰদা কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে যুৱ কংগ্ৰেছ নেত্ৰী গৰাকীলৈ জাৰি কৰিছে চমন ৷