All india Examination সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত জিলিকিল অসমৰ দিবাংগনা মহন

WhatsApp Image 2022 08 30 at 5.40.21 PM

পুনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত জিলিকিল এগৰাকী অসম কন্যা ।

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা এনফ’ৰ্চমেন্ট বিষয়াৰ পৰীক্ষাত মৰাণৰ দিবাংগনা মহনে দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।  বৰ্তমান ছফটৱেৰ ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত দিবাংগনা মৰাণৰ নতুন নগৰ নিৱাসী অজয় মহনৰ কন্যা । দিবাংগনাৰ এই সাফল্যত আনন্দিত হৈ পৰিছে মৰাণবাসী ।

Exit mobile version