গণেশগুৰিৰ গণেশ মন্দিৰত ভক্তৰ ভিৰ

গনেশ চতুৰ্থী উপলক্ষে আজি গণেশগুৰিৰ গণেশ মন্দিৰত পূজা কৰিবৰ বাবে ভক্তৰ সমাগম হয় ।

ধূপ-ধূনা নৈবেদ্যৰে ভক্ত‌ই পূজা-অৰ্চনা কৰে ।

মন্দিৰৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, উৰুলি, শংখৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

Exit mobile version