গনেশ চতুৰ্থী উপলক্ষে আজি গণেশগুৰিৰ গণেশ মন্দিৰত পূজা কৰিবৰ বাবে ভক্তৰ সমাগম হয় ।
ধূপ-ধূনা নৈবেদ্যৰে ভক্তই পূজা-অৰ্চনা কৰে ।
মন্দিৰৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, উৰুলি, শংখৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.