বঙাইগাঁৱৰ মাদ্ৰাছাত প্ৰশাসনৰ হাতোৰা

WhatsApp Image 2022 08 31 at 7.44.44 PM

দীৰ্ঘদিন ধৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ অভিযোগত বঙাইগাঁৱৰ এখন মাদ্ৰাছাত প্ৰশাসনে চলাই উচ্ছেদ অভিযান ৷

কাবাইটাৰীৰ মাৰ্কাজুল মা আৰিফ ক্কুৱাৰিআনা মাদ্ৰাছাত বঙাইগাঁও জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত আঠখনকৈ এক্সেভেটৰে পুৱাৰে পৰা মাদ্ৰাছাখন ভঙা কাৰ্যক নিয়োজিত কৰে ৷

Exit mobile version