AL_QAEDAমহানগৰীত অল-কায়দাৰ দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ

WhatsApp Image 2022 08 31 at 8.58.17 PM

AL_QAEDA মহানগৰীত অল–কায়দাৰ দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ

মহানগৰৰ ফটাশিল আমবাৰীৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অলকায়দাৰ এজন দুৰ্ধৰ্ষ জেহাদীক ৷ বঙাইগাঁৱৰ কাৱাইটাৰীৰ মাৰ্কাজুল মা আৰিফ ক্কুৱাৰিআনা মাদ্ৰাছাৰ সৈতে সম্পৰ্ক থকা জেহাদীটো হ’ল আজমল হুছেইন ওৰফে আমজাদ ৷ ধৃত আজমলৰ বাসগৃহৰ পৰা অলকায়দাৰ বহু আপত্তিআনক কিতাপ আৰু নথিপত্ৰ জব্দ কৰে ৷ গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি ইতিমধ্যে গোৱালপাৰালৈ নিয়ে আজমলক ৷

উল্লেখ্য যে দুৰ্ধৰ্ষ জেহাদীটোৱে বাংলাদেশত গৈ অলকায়দাত যোগদান কৰাৰ লগতে ভাৰতীয় উপমহাদেশীয় আল-কায়দা (একিউআইএছ)সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল ৷

Exit mobile version