জলসম্পদৰ ছজন অভিযন্তাক নিলম্বনৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰীৰ

WhatsApp Image 2022 09 08 at 15.49.43

মথাউৰি নিৰ্মাণত নিম্নমানৰ কাম কৰাৰ অভিযোগত জলসম্পদ বিভাগৰ ছজনকৈ অভিযন্তাক নিলম্বনৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ নিলম্বন হোৱা অভিযন্তা কেইজন শিৱসাগৰ জিলাৰ ডিমৌ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোঁহাই,কনিষ্ঠ অভিযন্তা তৰণ সোণোৱাল সহ আন চাৰিজন কনিষ্ঠ অভিযন্তা ৷

Exit mobile version