কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

WhatsApp Image 2022 09 10 at 14.45.46

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ মাজতে শুক্ৰবাৰে নিশা আৰক্ষীয়ে অসম – ত্ৰিপুৰা সীমান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

সীমান্তৰ চৰাইবাৰী নিয়মীয়া পৰীক্ষণ চকীত কৰিমগঞ্জ আৰক্ষীয়ে এখন ট্ৰাকত অৰ্তকিতে তালাচী চলাই প্ৰায় ১১০৮ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালককো আটক কৰে ৷ আনহাতে কৰিমগঞ্জ আৰক্ষীয়ে অসম-ত্ৰিপুৰা সীমান্তত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়ে টুইটাৰত ৷

Exit mobile version