CORRUPTION দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৰাজ্যত দৈনিক গ্ৰেপ্তাৰ হৈছে ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী । কালি দুজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছতে পুনৰ আজি গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী । ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষী চকীত চলোৱা এক অভিযানত সহকাৰী উপ-পৰিদৰ্শক গোপাল দলেক উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে ।
CORRUPTION এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল আৰক্ষী
-
By publisher
- Categories: India, Assam, News
- Tags: Anti- Corruptionby taking bribes
Related Content
App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ !
By
publisher
May 6, 2024
Air India Flight:বিমানযাত্ৰীয়ে লগত নিব পাৰিব ১৫ কিলো সামগ্রী !
By
publisher
May 6, 2024