Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ !

ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ, নিৰ্বাচনৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে জনবিৰোধী সিদ্ধান :আপ

publisher by publisher
May 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

App Assam Pressmeet In Guwahati:

যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ অসম চৰকাৰে বিভিন্ন অজুহাতত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ পৰিবৰ্তে শিক্ষা বিভাগে বিদ্যালয় বন্ধ কৰি দিয়াৰ টোগলকী কাণ্ড সংঘটিত কৰিছে।

ADVERTISEMENT

আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক সংবাদমেলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে আপ, অসমৰ সভাপতি গৰাকীয়ে ।

ডাঃ চৌধুৰীয়ে কয়, “অসমবাসীৰ স্বাৰ্থ জলাঞ্জলি দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ ৯৬ খন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। এই বিদ্যালয় সমূহৰ ভিতৰত ৭৯ খন হাইস্কুল, ১৭ খন চিনিয়ৰ ছেকণ্ডেৰি স্কুল আছে। ৰাজ্যবাসীৰ কোনো কথা কৰ্ণপাত নকৰা বিজেপি চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বেও ৮০৬৬ খন বিদ্যালয় বন্ধ কৰিছিল।

আন্তঃগাঁথনিৰ অভাৱ অথবা পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত এনেদৰে বিদ্যালয় সমূহ বন্ধ কৰি ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানক উৎসাহিত কৰিছে। স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰম্ভ কৰিছে। সংবাদমেলত ডাঃ ভবেন চৌধুৰীৰ অভিযোগ,” চৰকাৰে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব পৰা নাই।

ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ আন্দোলনৰ প্ৰতি চৰকাৰৰ সহাঁৰি নাই। অথচ মাথোঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বাৰ্থতে ৰাইজে স্থাপন কৰা চৰকাৰী খণ্ডৰ স্কুলবোৰত তলা লগাইছে চৰকাৰে। ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় সমূহৰ পৰিদৰ্শক সকললৈ প্ৰেৰণ কৰা নিৰ্দেশ অনুসৰি এইবাৰ ধেমাজি জিলাৰ সৰ্বাধিক ২১ খন হাইস্কুল আৰু চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধৰ নিৰ্দেশ দিছে চৰকাৰে।

আনহাতে, কামৰূপ জিলাত ১০ খন, বঙাইগাঁও জিলাত ৯ খন, ধুবুৰী জিলাৰ ৭খন, যোৰহাট আৰু শিৱসাগৰ জিলাত ৪ খনকৈ, গোৱালপাৰা, মৰিগাঁও, দক্ষিণ শালমাৰাত ৩ খনকৈ, হাইলাকান্দি, নগাঁও, তিনিচুকীয়া, কৰিমগঞ্জ, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত ১ খনকৈ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইনৰ অধীনত প্ৰাদেশিকীকৃত বিদ্যালয় সমূহো অসম চৰকাৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। এয়া ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ টোগলকী নীতিৰ বাহিৰে আন একো নহয়।

বিগত দিনবোৰত আম আদমী পাৰ্টি, অসমে ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই । এসময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ যোগেদিয়েই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল । অসম শৈক্ষিক মান সৰ্বভাৰতীয় স্তৰৰ লগতে আন আন ৰাজ্যসমূহতকৈ বহু পিছ পৰি আছে ।

শিক্ষাৰ্থীৰ সংখ্যা আৰু ফলাফলৰ আধাৰত অসম চৰকাৰে এখনৰ পাছত আনখনকৈ চৰকাৰী শিক্ষানুষ্ঠান একত্রীকৰণৰ নামত বন্ধ কৰিছে । ইতিমধ্যে ৰাজ্যৰ ৮০৬৬ খন চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ সমান্তৰালকৈ আন বহু বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে শিক্ষা বিভাগে ।

উল্লেখ যে বহুতো লোকৰ বহু অৱদানৰ ভিত্তিত গঢ় লৈ উঠা মাতৃভাষাৰ চৰকাৰী বিদ্যালয়সমূহৰ আঁৰত একো একোখন সমাজৰ ইতিহাস জড়িত হৈ আছে । ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ থকা এই বিদ্যালয়সমূহ বন্ধ কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে এসময়ত চৰকাৰী খণ্ডৰ এই বিদ্যালয়সমূহৰ জৰিয়তেই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল । কেতিয়াও শিক্ষাৰ্থীৰ অভাৱ হোৱা নাছিল তথা ফলাফলক লৈ আজিৰ দৰে প্ৰশ্ন উত্থাপন হোৱা নাছিল । তেনেস্থলত সেই বিদ্যালয়সমূহত এতিয়া কিয় শিক্ষাৰ্থীৰ সংখ্যা কমি অহাৰ লগতে ফলাফলৰ মান অৱনমিত হৈছে । কিয় অভিভাৱকে পৰাপক্ষত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ প্ৰেৰণ কৰিব নিবিচাৰে। এই সন্দৰ্ভত কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ অধ্যয়ন কৰা হোৱা নাই ।আনহাতে, এইবিষয়ত চৰকাৰী পক্ষ সম্পূৰ্ণ নিমাত ।

ইয়াৰ বিপৰীতে চৰকাৰে শিক্ষাৰ্থীৰ সংখ্যা কম আৰু ফলাফল বেয়াক লৈ বিদ্যালয় বন্ধ কৰাৰ দিশতহে অধিক মনোনিৱেশ কৰিছে । লগতে চৰকাৰে শিক্ষাৰ সংস্কাৰৰ নামত বিতৰ্কৰ সূত্রপাত ঘটোৱা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । ৰাজ্যৰ বিভিন্ন দল-সংগঠনে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।

লক্ষণীয় বিষয় যে ব্যৱস্থা এটাক মূল্যাংকন কৰিবলৈ কিছুমান নিৰ্দিষ্ট সূচকাংক নিৰ্ধাৰণ কৰা হয় । এই সূচকাংক সমূহৰ ওপৰত নিৰ্ভৰ কৰিহে ব্যৱস্থাটোৰ মান নিৰূপণ কৰা হয় । অসমৰ শিক্ষা ব্যৱস্থাটোৰ মান ইয়াৰ সূচকাংকৰ পৰা সহজতে অনুমান কৰিব পাৰি । আন্তঃগাঁথনি বুলিলে বিদ্যালয় এখনৰ লগত জড়িত বহু দিশ সামৰি লোৱা হয় ।

বিদ্যালয়খনত থকা হাত ধোৱাৰ ব্যৱস্থা,বিদ্যুতৰ সংযোগ,ল’ৰা-ছোৱালীৰ বাবে পৃথক শৌচালয়,বিদ্যালয়ৰ ভিতৰতে থকা খোৱাপানীৰ ব্যৱস্থা,বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে শৌচালয়ৰ ব্যৱস্থা,ৰেম্প, পুথিভঁৰাল,কম্পিউটাৰ আৰু ইণ্টাৰনেট,খেলপথাৰ আদি বিভিন্ন দিশ সাঙুৰি আন্তঃগাঁথনিমূলক ব্যৱস্থাত এইকেইটা দিশকে চালিজাৰি চোৱা হয় । অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ উক্ত সকলো কেইটা দিশকেই অতি পিছপৰা । ইয়াৰ মান সৰ্বভাৰতীয় স্তৰৰ লগতে আন আন ৰাজ্যসমূহতকৈ বহু পিছ পৰি আছে ।

তথ্য মতে অসমৰ চৰকাৰী বিদ্যালয় সমূহত সুচল অৱস্থাত থকা বিদ্যুৎ সংযোগৰ হাৰ হ’ল ৫৭.৬২ শতাংশ। সৰ্বভাৰতীয় স্তৰত এই হাৰ ৮৩.৯২ শতাংশ । সেইদৰে বিদ্যালয় চৌহদতে খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ হ’ল ৮৯.৬১ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯৫.১৭ শতাংশ । বিদ্যালয় চৌহদত ল’ৰাৰ বাবে থকা সুচল শৌচালয়ৰ হাৰ হ’ল ৭৬.৬৫ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯২.১৭ শতাংশ । বিদ্যালয়ত সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ ১৫.৭৩ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৩২.৫৪ শতাংশ ।

ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ ৪.৮৩ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ১৩.৬৪ শতাংশ । এইকেইটা আছিল ৰাজ্যখনৰ বিদ্যালয় সমূহৰ শোচনীয় আন্তঃগাঁঠনিৰ এক চৰকাৰী তথ্য । আনহাতে,আন্তঃগাঁথনিৰ ক্ষেত্রত সূচকাংক হিচাপত নামভৰ্ত্তিৰ অনুপাত প্ৰাথমিক স্তৰত ইয়াৰ সৰ্বভাৰতীয় অনুপাত ১০৩.০৩, অসমত ১১৯.০১ । উচ্চতৰ মাধ্যমিক শাখাত সৰ্বভাৰতীয় স্তৰত অনুপাত ৫৩.০৮, অসমত ৩২.০৩ । লিংগ সমানুপাত প্ৰাথমিক স্তৰত সৰ্বভাৰতীয় অনুপাত ১.০২, অসমত ১.০৫ ।

আনহাতে, উচ্চতৰ মাধ্যমিকত সৰ্বভাৰতীয় পৰ্যায়ত ১.০৩ আৰু অসমত ১.০৫ । ছাত্ৰ শিক্ষকৰ অনুপাত প্ৰাথমিক স্তৰত সৰ্বভাৰতীয় স্তৰত এই অনুপাত ২৬.০৩, অসমত ২১ । উচ্চতৰ মাধ্যমিকত সৰ্বভাৰতীয় পৰ্যায়ত ২৬.০৩, অসমত ১৭ । উত্তীৰ্ণৰ হাৰ প্ৰাথমিক স্তৰত সৰ্বভাৰতীয় উত্তীৰ্ণৰ হাৰ ৯৯.০১ শতাংশ আৰু অসমত ৯৬.০২ শতাংশ । উচ্চ মাধ্যমিকত সৰ্বভাৰতীয় পৰ্যায়ত ৮৫.০১ শতাংশ আৰু অসমত ৬৮.০৪ শতাংশ   |

ইপিনে,আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ সৰ্বভাৰতীয় স্তৰত প্ৰাথমিক শাখাত ০.৮ শতাংশ হোৱাৰ বিপৰীতে অসমত ৩.০৩ শতাংশ । তদুপৰি উচ্চ মাধ্যমিক শাখাত ১৪.০৬ শতাংশ আৰু অসমত ৩১ শতাংশ। অসমৰ এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক ।

আনহাতে, অসমৰ ৬০ শতাংশ বিদ্যালয়ত নাই খোৱা পানী । তদুপৰি ৭০ শতাংশ বিদ্যালয়ত নাই খেলপথাৰ । একেদৰে ৮৪ শতাংশ বিদ্যালয়ত নাই পুথিভঁৰাল । তথ্য় মতে,৯৫ শতাংশ বিদ্যালয়ত নাই কম্পিউটাৰ । একেটা তথ্য় অনুসৰি ৮৭ শতাংশ বিদ্যালয়ৰ আন্তঃগাঁথনি ভাল নহয় । এটা শ্ৰেণী কোঠাত ১২০ তকৈও অধিক শিক্ষাৰ্থী,এটা কোঠাত ৩/৪ টা শ্ৰেণী ভাগ কৰি শিক্ষা প্ৰদান কৰা হৈ আছে ।প্ৰকৃততে ৰাজ্য চৰকাৰৰ চৰম অবহেলা আৰু সদিচ্ছাৰ অভাৱতে ক্ৰমাৎ জহি-খহি গৈছে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড । চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি আৰু শিক্ষাৰ গুণগত মান সময় সাপেক্ষে উন্নত নকৰাৰ পৰিপ্ৰেক্ষিততে শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগতে ফলাফল অৱনমিত হৈছে ।

কিন্তু চৰকাৰখনে এইক্ষেত্রত অলপো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । বৰং চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ক্ৰমাৎ বন্ধ কৰি এই খণ্ডটোকে নোহোৱা কৰিব বিচাৰিছে । সমান্তৰালকৈ শিক্ষকসকলৰ সমস্যা সমূহক লৈয়ো চৰকাৰ সম্পূৰ্ণ উদাসীন। আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছো যে মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত হোৱাৰ পাছত ড৹হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। এনে অৱস্থাত আপে অসম চৰকাৰক দিল্লী চৰকাৰৰ শিক্ষানীতিৰ আৰ্হি অধ্যয়ন কৰি দিল্লীৰ আৰ্হি অসমতো ৰূপায়ন কৰিবলৈ চৰকাৰক আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PressmeetDr. Bhaben ChoudhariGuwahati
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d