প্ৰসংগ মূল্যবৃদ্ধি : সোমবাৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ শৰৎকালীন অধিবেশন

Janata Bhawan

সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন । ইতিমধ্যে সজাই-পৰাই তোলা হৈছে বিধানসভা চৌহদ । মূল্যবৃদ্ধি প্ৰসংগৰে আৰম্ভ হ’বলগীয়া শৰৎকালীন অধিবেশনৰ বাবে শাসকীয় পক্ষৰ লগতে বিৰোধী পক্ষও সাজু হৈ উঠিছে ।

ইফালে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ শাসক পক্ষৰ মন্ত্ৰী পীয়ুষ হাজৰিকাও প্ৰস্তুত হৈছে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত দিব প্ৰত্যুত্তৰ লগতে উত্থাপন হ’ব কে’বাখনো নতুন বিধেয়ক । জানিব পৰা মতে, এই অধিবেশনতে ৪৮ খনকৈ পুৰণি আইন বাতিল কৰা হ’ব ।

Exit mobile version