BHANGAGARHভঙাগড়ত হোটেলৰ কোঠাত উদ্ধাৰ চি আই ডি বিষয়াৰৰ মৃতদেহ

WhatsApp Image 2022 09 13 at 14.57.01 1

GUWAHATI মহানগৰৰ জিএছ ৰোডৰ এখন হোটেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ চিআইডি বিষয়াৰ মৃতদেহ ৷ মে’মাহৰ পৰা হোটেল ভগবানত ভাড়া কৰি থকা মৃত চি আই ডি বিষয়াগৰাকীৰ নাম নিৰ্মল ভূঞা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

হোটেলখনৰ ৰেজিষ্টাৰ বহীত নাম পঞ্জিয়ন থকা নিৰ্মল ভূঞাৰ ঘৰ হৈছে নলবাৰীত তেওঁ মে মাহৰ চাৰি তাৰিখৰ পৰাই কোঠাটোত আছিল ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version