Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

KORIAN WOMEN: কোৰিয়ান মহিলাৰ জিলিকি থকা ছালৰ ৰহস্য কি ? জানিবলৈ পঢ়ক

publisher by publisher
September 14, 2022
in News, International
Reading Time: 1 min read
0
KORIAN WOMEN: কোৰিয়ান মহিলাৰ জিলিকি থকা ছালৰ ৰহস্য কি ? জানিবলৈ পঢ়ক
3
SHARES
28
VIEWS
ShareShareShareShare

MAKE UP : ৰূপসজ্জা বুলি কলেই আমাৰ মনলৈ কোৰিয়ান মহিলাৰ কথা আহে । বিশ্বৰ ভিতৰতে ধুনীয়া ছালৰ গৰাকী হৈছে কোৰিয়ান মহিলাসকল । কিন্তু কেনেকৈ তেওঁলোকে ছালৰ সৌন্দৰ্য চৰ্চা কৰে ! যিটো সকলো নাৰীৰ বাবেই এক ৰহস্য । আজি আমি আপোনালোকক কোৰিয়ান মহিলাৰ সৌন্দৰ্য্য চৰ্চাৰ বিষয়ে কিছু কথা অৱগত কৰিম ।

ADVERTISEMENT

১/ দৈনিক ৰূপচৰ্চা :— কোৰিয়ান মহিলাই দৈনিক ৰূপচৰ্চা কৰে । নিয়মিত ক্লিনজিং, ট’নিং ,ময়েশ্চৰাইজিং কৰাৰ লগতে ছালৰ ধৰণ অনুযায়ী মাস্ক ব্যৱহাৰ কৰে । ৰাতি শোৱাৰ সময়ত ১৫ মিনিট মাস্কৰ প্ৰলেপ ৰাখি চাফা পানীৰে ধুই দিয়ে । ইয়াৰলগতে সপ্তাহত ১-২ বাৰ স্ক্ৰাবিং কৰে ।

RelatedPosts

No Content Available

২ / প্ৰচুৰ পানী সেৱন :— কোৰিয়ান মহিলাই প্ৰচুৰ পানী খায় । আপুনিও দৈনিক প্ৰচুৰ পানী সেৱন কৰি ছালৰ পাৰ্থক্য অনুভৱ কৰিব পাৰিব । মানুহৰ শৰীৰত ডিহাইড্ৰেছন হলে ইয়াৰ প্ৰভাৱ ছালৰ ওপৰত পৰে । পানীয়ে ছালখন সতেজ কৰি ৰখাৰ লগতে মসৃণ কৰি ৰাখে ।

৩/ দৈনিক ব্যায়াম :— কোৰিয়ান মহিলাই দৈনিক ব্যায়াম কৰিবলৈ ভাল পায় । নিয়মিত কাৰ্ডিঅ, ওৱেট ট্ৰেনিং আদি সকলো মহিলাই কৰে । আমি হয়তো নাজানোঁ যে দৈনিক ব্যায়ামে শৰীৰটো সুস্থ ৰখাৰ লগতে ছালৰ সৌন্দৰ্য্যও বৃদ্ধি কৰে । যিহেতু ব্যায়ামে ৰক্ত প্ৰৱাহ বৃদ্ধি কৰি ছালখন উজ্জ্বল কৰি ৰাখে ।

৪/ অনামী প্ৰসাধন ব্যৱহাৰ নকৰে :— ৰূপসজ্জাত সাংঘাতিক সচেতন কোৰিয়ান মহিলাই কেতিয়াও অনামী প্ৰসাধন ব্যৱহাৰ নকৰে । সাধাৰণতে বজাৰত উপলব্ধ হোৱা যিকোনো ব্ৰেণ্ডৰ প্ৰসাধনৰ সলনি সদায় নামী-দামী প্ৰসাধন ব্যৱহাৰ কৰে ।

 ৫/ পাতলীয়া মেক আপ :— কোৰিয়ান মহিলাই সদায় পাতলীয়াকৈ মেক আপ কৰি ভাল পায় । যি ছালৰ প্ৰকৃত উজ্জ্বলতা তুলি ধৰে । তেওঁলোকে সাধাৰণতে পাতল ফাউণ্ডেশ্যন ব্যৱহাৰ কৰে । অতিৰিক্ত হাইলাইট ব্যৱহাৰ নকৰে । দিনৰ ভাগত তেওঁলোকে পাতল লিপষ্টিক লয় । ইয়াৰমাজতো কোৰিয়ান মহিলাই ভিটামিন চি চিৰাম, ছালৰ ধৰণ অনুযায়ী চীট মাস্ক, পিম্পেল প্যাচ, ভাল উৎপাদনৰ টোনাৰ ,স্ক্ৰাব আদি ব্যৱহাৰ কৰে । এই সকলোবোৰৰ উপৰিও সৌন্দৰ্য্য চৰ্চাৰ বাবে আত্মবিশ্বাসী হোৱাটো খুবেই প্ৰয়োজন লগতে মানসিক চাপৰ পৰা সদায় মুক্ত হৈ থাকিলে ছালৰ সৌন্দৰ্য বৃদ্ধি পায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KORIAN WOMEN MAKE UP
publisher

publisher

Related Posts

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d