NAGAON : নগাঁৱৰ মহামৃতজ্ঞয় বিশালকায় শিৱ লিংগৰ আৰ্হিত ডেৰগাঁৱত নিৰ্মিত পুজা মণ্ডপ

WhatsApp Image 2022 09 14 at 16.44.17

NAGAON: নগাঁও চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাতি দূৰত থকা বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগ মহামৃতজ্ঞয় মন্দিৰৰ আৰ্হিত এইবাৰ নিৰ্মাণ হৈছে এক মণ্ডপ ৷ ডেৰগাঁৱৰ দুগোৎসৱ কমিটিয়ে ৭৫ ফুট উচ্চতাৰ বিশালকায় শিৱলিংগ নিৰ্মাণ কৰিছে পুৰ্ণ গতিত ৷ নগাৱঁৰ পৰা যোৱা ১৮ গৰাকী শিল্পীয়ে দুৰ্গা পুজাৰ মণ্ডপটি আটকধুনীয়া কৰিবলৈ উঠিপৰি লাগিছে ৷

Exit mobile version