GUWAHATI:মহানগৰীৰ চান্দমাৰীত চোৰৰ চাফাই অভিযান

WhatsApp Image 2022 09 15 at 15.14.18

GUWAHATI:মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চুৰে চলাই গৈছে চুৰিকাৰ্য ৷ যোৱা নিশা চান্দমাৰী মিলনপুৰত চোৰৰ চাফাই অভিযান ৷ বৰ্ণালী ভৱনত নিশা চোৰে প্ৰৱেশ কৰি শুই থকা অৱস্থাতে গৃহস্থক চেতনানাশক স্প্ৰে মাৰি লেপটপ আৰু ম’বাইল সহ নগদ ধন লৈ উধাও হয় ৷ পিছত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version