JALUKBARI : কামৰূপ জিলাৰ হাজোত আৰক্ষীৰ অভিযান

অভিযানত আটক দুৰ্ধৰ্ষ ড্ৰাগছ পেডলাৰ , জব্দ ৫,৭৫,৯০০ টকা মহানগৰীৰ জালুকবাৰীৰ গাড়ীগাঁ

WhatsApp Image 2022 09 19 at 13.52.43 1

JALUKBARI : মহানগৰীৰ জালুকবাৰীৰ গাড়ীগাঁৱৰ মেধিপাৰাত হাজো আৰক্ষীৰ মাৰাথান অভিযান। ড্ৰাগছ মাফিয়াৰ এজনৰ বাসগৃহত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জব্দ কৰে নগদ ৫,৭৫,৯০০ টকা ৷লগতে আটক ড্ৰাগছ সৰবৰাহকাৰী ৰাহুল আলীক৷

উল্লেখ্য যে হাজোৰ দামপুৰত আৰক্ষীয়ে কিছুদিন পূৰ্বে ড্ৰাগছ সহিতে আটক কৰিছিল ফৰিদুৰ ৰহমান নামৰ এটা ড্ৰাগছ পেডলাৰজনক ৷ ধৃত পেডলাৰ জনৰ ভাষ্যৰ ভিত্তিতে জালুকবাৰী আৰক্ষীৰ সহযোগত হাজো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে হাজো আৰক্ষীয়ে ৰাহুল আলীক আটক কৰি অব্যাহত ৰাখিছে মাৰাথান জেৰা ।

Exit mobile version