CHIRANG : বিকলাংগ ব্যক্তিৰ প্ৰমাণপত্ৰ দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন বিকলাংগ ব্যক্তিৰ

CHIRANG : চিৰাঙৰ কাজলগাঁৱত সমাজ কল্যাণ বিভাগত বিকলাংগ ব্যক্তিৰ প্ৰমাণপত্ৰ দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন বিকলাংগ ব্যক্তিৰ । দুই তিনি বছৰতো বিকলাংগ ব্যক্তিয়ে নাপালে চৰকাৰী সাহায্য । বিভাগীয় কাৰ্য্যালয়ত প্ৰতিজন বিকলাংগ ব্যক্তিৰ পৰা ২০০০ পৰা ৩০০০ টকা লোৱাৰ অভিযোগ । চিৰাং জিলাৰ কাজলগাঁওত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত কিছু অসাধু ব্যক্তিয়ে এই দৰে ধন ঘটাৰ পন্থা চলাই থকাৰ অভিযোগ বিকলাংগ লোক সকলৰ ।

উল্লেখযোগ্য যে বিকলাংগ ব্যক্তিৰ প্ৰমানপত্ৰ দিয়াৰ নামত বিকলাংগ সকলৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহ কৰা বন্ধ কৰিবলৈ দাবী জনোৱা পৰিলক্ষিত হৈছে ।

Exit mobile version