LPG CANNECTION : ৰন্ধন গেছৰ সংযোগ বাবে বিশেষ সুযোগ

মিছ কল দিলেই ঘৰতে পাব গেছৰ সংযোগ

WhatsApp Image 2022 09 20 at 16.30.06 1

LPG CANNECTION : এতিয়াৰ পৰা আপুনি ৰন্ধন গেছৰ সংযোগ বিছাৰি হাবাথুৰি খাব নালাগে। মাত্ৰ এটা মিছ কল দিলেই গ্ৰাহকে ঘৰতে লাভ কৰিব গেছৰ সংযোগ। ইতিমধ্যে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন মিছ কলৰ বাবে মুকলি কৰিছে ম’বাইল নম্বৰটো ৷ নম্বৰটো হ’ল ৮৪৫৪৯-৫৫৫৫৫ ৷ এই নম্বৰটোত আপুনি মিছ কল দিলেই আপোনালৈ আহিব এটা মেচেজ ৷মেচেজটোত থকা লিংকটো ক্লিক কৰি তাত লিপিবদ্ধ থকা আপোনাৰ তথ্যখিন সনিবিষ্ট কৰি আপলোড কৰিব ৷

ইয়াৰ পিছতে আপোনাৰ অঞ্চলত থকা সংশ্লিষ্ট ৰন্ধন গেছৰ(এলপিজি)ডিষ্টিবিউটৰে আপোনাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি আপোনাৰ হাতত তুলি দিব নতুন গেছৰ সংযোগ ৷

Exit mobile version