ST Status to Six Communities Assam : অসম চৰকাৰে ছয় জনগোষ্ঠীয় জনজাতি কৰণ সমৰ্থন কৰে : মুখ্যমন্ত্ৰী

WhatsApp Image 2022 09 21 at 19.32.16

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আজি নতুন দিল্লীত সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অসম চৰকাৰে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰাত পূৰ্ন সমৰ্থন কৰে ৷ ইতিমধ্যে ৰাজ্য কেবিনেটত জনজাতিকৰণৰ সমৰ্থনত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যসভাত ইতিপূৰ্বে বিধেয়ক উদ্থাপন হৈ এতিয়া ৰাজ্যসভা সচিবালয়ত আছে ৷ সকলো জটিলতা আঁতৰ হোৱাৰ পিছতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাতো একপ্ৰকাৰ নিশ্চিত বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

Exit mobile version