CM TWEET : ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ

WhatsApp Image 2022 09 22 at 17.55.09

CM TWEET : ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ৷ দুৰ্গোৎসৱৰ পূৰ্বে কৰ্মচাৰীসকলক দিয়া হ’ব ছেপ্তেম্বৰৰ দৰমহা ৷ ২৯ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰৰ ভিতৰৰ সকলোৱে লাভ কৰিব ছেপ্তেম্বৰ মাহৰ দৰমহা ৷ এই কথা টুইটাৰ যোগে সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে ২ অক্টোবৰৰ হ’ব পূজা বন্ধ ৷

Exit mobile version