AKRASU PROTEST : জনজাতিকৰণক লৈ দুধনৈত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

WhatsApp Image 2022 09 23 at 13.09.27 1

AKRASU PROTEST : বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি চৰম প্ৰতাৰণা কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ অব্যাহত ৷

আজি দুধনৈত গোৱালপাৰা জিলা আক্ৰাছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে । গোৱালপাৰা জিলা আক্ৰাছু আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ দ্বাৰা দুধনৈ ৰাজহুৱা খেলপথাৰৰ সন্মুখত এই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জনজাতিকৰণৰ দাবীত চৰকাৰ বিৰুধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

Exit mobile version