CAA HEARING IN SUPREME COURT : উচ্চতম ন্যায়ালয়ত ‘ কা’ শুনানি , ৩১ অক্টোবৰত হ’ব শুনানি

WhatsApp Image 2022 09 23 at 16.22.01

CAA HEARING IN SUPREME COURT : সকলো উৎকণ্ঠাৰ অন্ত পেলাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ‘কা’ৰ শুনানি দি ধাৰ্য কৰে৷ অহা ৩১অক্টোবৰত হ’ব শুনানি ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে পৰৱৰ্তী দিন ধাৰ্য কৰাৰ লগতে গোচৰৰ বাবে গঠন কৰে তিনিজনীয়া বিচাৰপীঠ ৷

উল্লেখ্য যে ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত লোকসভা আৰু ৰাজ্যসভাত গৃহিত হৈছিল ‘নাগৰিক সংশোধনী বিধেয়ক চমুকৈ CAA ৷ পৰৱৰ্তী সময়ত অসমৰ কেইবাটাও সংগঠনে কা’ৰ বিৰুদ্ধে গোচৰ তৰে সৰ্বোচ্চ ন্যায়ালয়ত ৷

Exit mobile version