অসম মেঘালয় সীমান্তত ভাতৃঘাতী সংঘৰ্ষ

WhatsApp Image 2022 09 25 at 11.26.01

অসম মেঘালয় সীমান্তৱৰ্তী আপাৰ তাৰাবাৰীত ভাতৃঘাতী সংঘৰ্ষ অব্যাহত । অসমৰ ভূমিত নিদ্ৰা হৰণ অসমীয়াৰ ।

অসমৰ ভূমিত মিটিং পাতি অসমীয়াক ঘেৰাও কৰাৰ পৰিকল্পনা অসম বিদ্বেষকাৰীৰ । নিশা প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি ঘন জংঘলত আশ্ৰয় একাংশ অসমীয়াৰ । ১৬টা পৰিয়ালে আশ্ৰয় ল’লে অসমৰ গাঁও বুঢ়াৰ ঘৰত ।

গাঁওখনত নিশা হাতে হাতে লাঠি, চোকা অস্ত্ৰ লৈ অসমীয়াৰ বিৰুদ্ধে অসম বিদ্বেষকাৰীৰ তহল । স্বয়ং মুখ্যমন্ত্ৰীৰ সীদ্ধান্তকো বুঢ়া আঙুলি দেখুৱাইছে অসম বিদ্বেষকাৰীয়ে ।

শকত ধনৰ বিনিময়ত মেঘালয়ক সমৰ্থন অসমীয়া (অসম বিদ্বেষকাৰী)ৰ‌ ।১৩ জুলাইত অসম আৰু মেঘালয় আৰক্ষীৰ মধ্যস্থতাত গঠন হৈছিল শান্তি সমিতি ।

স্বয়ং শান্তি সমিতিৰ সভাপতিয়ে চলাইছে অসমীয়াৰ ওপৰত উপদ্ৰৱ । গাঁওখনত অসমৰ চাউল গ্ৰহণ কৰা বাবেই অসমীয়াৰ ওপৰত উপদ্ৰৱ ।

Exit mobile version