Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh:ডিব্ৰুগড়ত নাহৰফুটুকী বাঘৰ আতংক !

    Road Accident in Bokajan:বোকাজানত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰিগৰাকী মহিলা, শিশু সহ দহগৰাকী আহত

    PM Modi Visit Silchar:প্ৰতিকুল বতৰৰ মাজত গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে  শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা এসপ্তাহত ১৯ লাখ কোটি টকা উধাও

    Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

    JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগ্‌সাৰ জালাহত ‘৪২ৰ ছহিদ মদন-ৰাউতাৰ ৮০ সংখ্যক ছহিদ দিৱস উদযাপন

publisher by publisher
September 25, 2022
in India, Assam, News
Reading Time: 1 min read
0
বাগ্‌সাৰ জালাহত ‘৪২ৰ ছহিদ মদন-ৰাউতাৰ ৮০ সংখ্যক ছহিদ দিৱস উদযাপন
3
SHARES
31
VIEWS
ShareShareShareShare

আজি ২৫ ছেপ্তেম্বৰ ৷ ‘৪২ৰ ভাৰত ত্যাগ আন্দোলনত বাগ্‌সা বজালীবাসীৰ বাবে এটা চিৰস্মৰণীয় দিন ৷ ১৯৪২ৰ আজিৰ দিনটোতে পাটাছাৰকুছি আৰক্ষী থানাৰ তদানীন্তন দাৰোগা তুলামাৰ কেওঁট আৰু চিপাহী চালামৎ আলীৰ গুলীত বজালীৰ ৰিহাবাৰীত দেশৰ হ’কে আত্মাহুতি দি ছহিদ হৈছিল মদন বৰ্মণ আৰু ৰাউতা ৰাম কোচ ৷ এই দুই ছহিদৰ স্মৃতি ৰক্ষাৰ্থে আজি বাগ্‌সাৰ জালাহত প্ৰাচীন বজালী ঐতিহ্য-সংহতি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু জালাহ শাখাৰ সহযোগত দিনযোৰা কাৰ্যসূূচীৰে উদযাপন কৰা হয় ৮০ সংখ্যক মদন-ৰাউতা ছহিদ দিৱস ৷ এই উপলক্ষে ৰাতিপুৱা প্ৰাক্তন বজালী ঐতিহ্য সুৰক্ষা সমিতিৰ সভাপতি মুৰাৰি মোহন দত্তই ৰাতিপুৱা ছহিদ দিৱসৰ পতাকা উত্তোলনৰ পাছতে মদন-ৰাউতাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷

ADVERTISEMENT

ক্ৰমে প্ৰাৰ্থনা, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠিত হয় ৷ আবেলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভাস্কৰদ্বীপ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত “আহুতি” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে কটন মহাবিদ্যালয়ৰ অধ্যাপক ড° ধ্ৰুৱজ্যোতি দাসে ৷ সভাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, বি এইচ কলেজৰ প্ৰাক্তন অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষত দিলীপ কুমাৰ দাস, ড° ধ্ৰুৱজ্যোতি দাস আদিসকলে ভাষণ প্ৰদান কৰে ৷

RelatedPosts

Wild Elephant Attack:নগাঁৱৰ জলাহ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

ছহিদ দিৱসৰ কাৰ্যসূচীত স্বাধীনতা আন্দোলনত দেশৰ হকে ত্যাগ স্বীকাৰ কৰা বজালীৰ বিভিন্ন পৰিয়ালৰ লোককো আজি সম্বৰ্দ্ধনা জনোৱা হয় ৷ আনহাতে,‌ ৪২ৰ ভাৰত ত্যাগ আন্দোলনত বজালীৰ অৱদান শীৰ্ষক অসম ভিত্তিত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত তিনি প্ৰতিযোগীক মানপত্ৰ আৰু নগদ ধনৰ বঁটা প্ৰদান কৰা হয় ৷ সন্ধিয়া বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jalah
publisher

publisher

Related Posts

Dibrugarh:ডিব্ৰুগড়ত নাহৰফুটুকী বাঘৰ আতংক !
News

March 14, 2026
Road Accident in Bokajan:বোকাজানত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰিগৰাকী মহিলা, শিশু সহ দহগৰাকী আহত
News

Road Accident in Bokajan:বোকাজানত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰিগৰাকী মহিলা, শিশু সহ দহগৰাকী আহত

March 14, 2026
PM Modi Visit Silchar:প্ৰতিকুল বতৰৰ মাজত গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে  শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
News

PM Modi Visit Silchar:প্ৰতিকুল বতৰৰ মাজত গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে  শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

March 14, 2026
ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা এসপ্তাহত ১৯ লাখ কোটি টকা উধাও
International

ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা এসপ্তাহত ১৯ লাখ কোটি টকা উধাও

March 14, 2026
Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ
News

Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

March 13, 2026
JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
News

JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

March 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d