AIR FORCE : মঙলবাৰে বন্ধ থাকিব গুৱাহাটী- উত্তৰ গুৱাহাটীৰ তিটিটাকৈ ফেৰী ঘাট

WhatsApp Image 2022 09 26 at 12.56.30 PM

AIR FORCE : কাইলৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা সাময়িক ভাৱে বন্ধ ঘোষণা কৰিছে আভান্তৰিন জল পৰিবহন সঞ্চালকালয়ে ৷ পুৱা ৯ বজাৰ পৰা ১১-৩০ বজাৰ ফেৰী সেৱাসমূহ বন্ধ থাকিব ৷
উল্লেখ্য যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে আজাদী কী অমৃত মহোৎসৱ উপলক্ষে মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিতঘাটত প্ৰদৰ্শন কৰিব বিশেষ এয়াৰ শ্ব’ ৷

Exit mobile version