Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

MASSIVE LANDSLIDE DAMAGES DAM WALL IN SUBANSIRI : জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

মুল বান্ধৰ ওপৰেৰে বৈছে পানী,পাৱাৰ হাউচত ভয়ংকৰ ৰূপ ,বান্ধলৈ যোৱা পথ বিচ্ছিন্ন ,ছয় সহস্ৰাধিক শ্ৰমিকলৈ নামি আহিছে সংশয়

publisher by publisher
September 26, 2022
in Flood, India, News
Reading Time: 1 min read
0
MASSIVE LANDSLIDE DAMAGES DAM WALL IN SUBANSIRI : জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
2
SHARES
17
VIEWS
ShareShareShareShare

MASSIVE LANDSLIDE DAMAGES DAM WALL IN SUBANSIRI :  অৰুণাচল প্ৰদেশত হোৱা মূষলধাৰ বৰষুণৰ ফলত গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ নামি আহিছে ভয়ংকৰ ভাবুকি ৷ সপ্তাহদিন ধৰি ইটোৰ পিছত সিটো ধাৰাবাহিক অঘটন সংঘটিত হৈছে এন এইছ পি চিৰ প্ৰকল্পটোলৈ। নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে পাহাৰৰ পৰা নামি অহা ঢলে প্ৰকল্প স্থলীৰ সুৰঙ্গ খহাই বৃহৎ গাঁতৰ সৃষ্টি কৰে । আনকি নটা গেইটৰ নিলগৰ পাহাৰত সংঘটিত হোৱা ভূমিস্খলনে পাৱাৰ হাউছক সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰা বৃহৎ গাৰ্ডৱাল নিমিষতে ভাঙি আজি মূলবান্ধলৈ যোৱা পথ খহি বিচ্ছিন্ন হয় ।

ADVERTISEMENT

WhatsApp Image 2022 09 26 at 20.12.48

RelatedPosts

Himachal Pradesh Landslide:হিমাচল প্ৰদেশৰ ছিমলাত ভয়ংকৰ ভূমিস্খলন

নামনি সোৱনশিৰি পৰীয়া ৰাইজৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনাৰ পিছত আজি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা স্থানীয় যুৱক ৰিতুপৰ্ণ কোঁচে সাংবাদিকৰ আগত কয়-  ২০০০ চনত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা  হস্তান্তৰ কৰাৰ পৰাই কেৱল বৃহৎ নদীবান্ধৰ পোষকতা কৰিছিল এন এইচ পি চিৰ
য়ে। ২০০১ চনত ৭৪০২.৬৯ কোটি টকা ধাৰ্য কৰা নদীবান্ধটো ২০১২ চনত সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও ২০০৬ চনত ৰাইজে বুজি উঠে ৰাইজে ২০০০ মেগৱাট ক্ষমতা সম্পন্ন আৰু ১২৫ মিটাৰ উচ্চতাৰ জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহৰ কথা। তাৰ পিছতে আছুকে ধৰি বহু জাতীয় সংগঠন, আনফালে এজেৱাইচিপি-কৃষক মুক্তিৰ ধৰি পৃথককৈ যৌথ মঞ্চৰ উদ্যোগত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে গৰজি উঠে।

WhatsApp Image 2022 09 26 at 20.12.51

আনহাতে বিশেষজ্ঞ প্ৰতিবেদনৰ মতে ইয়াৰ উচিত তদন্ত নোহোৱালৈকে  ২০১১ চনৰ পৰা ২০১৪ চনলৈ বন্ধ ৰাখিব লগীয়া হৈছিল নদীবান্ধৰ কাম। ইয়াৰ পিছতে নদীবান্ধ আন্দোলনৰ লগত চামিল হোৱা আৰু বিজেপি দলে কংগ্ৰেছ দলক পৰাভূত কৰাৰ পিছতে ছেগা-চোৰোকাকৈ নদীবান্ধৰ লবী গ্ৰহণ কৰে। একদৰে নদীবান্ধ আন্দোলনক স্তিমৃত কৰি আৰম্ভ কৰিলে পুনৰ নদীবান্ধৰ কাম। যাৰ ফলস্বৰুপে আজি সম্পূৰ্ণ হোৱাৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম। কিন্তু অৱশেষত ৰুষ্ট প্ৰকৃতিৰ ৰোষত বৃহৎ নদীবান্ধ নিৰ্মাণ সংস্থা এন এইচ পি চি বুলি উল্লেখ কৰে আছু নেতা গৰাকীয়ে।

একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰঞ্জন বৰাই কয়- সম্পত্তি  ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ মুৰ্তি প্ৰত্যক্ষ কৰি পলায়ন কৰিবলৈ বাধ্য এন এইচ পি চিৰ কাৰিকৰী বিশেষজ্ঞ, বিষয়া আদি। ৬০০০ শ্ৰমিকে ভূগিব লাগিব অনিশ্চয়তাৰ ভৱিষ্যত বুলি মন্তব্য ব্যক্ত কৰে নেতা গৰাকীয়ে । এন এইচ পি চিত কৰ্মৰত খিলঞ্জীয়া বহু শ্ৰমিক আজিও পণবন্দী বুলি উল্লেখ কৰি সময়ত সকলোৱে বুজি উঠিব বুলি সদৰি কৰে নেতা গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DAMAGES DAM WALLIN SUBANSIRIMASSIVE LANDSLIDE
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d