Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বণ্যপ্ৰাণী সৰবৰাহকাৰী কৰিড’ৰত পৰিণত লায়লাপুৰ

publisher by publisher
September 27, 2022
in India, Assam, News
Reading Time: 1 min read
0
2
SHARES
24
VIEWS
ShareShareShareShare

পথৰ কাষত পৰিত্যক্ত অৱস্থাত পৰি থকা মুখ বন্ধ দুটা বেগৰ ভিতৰত কিবা যেন লৰচৰ কৰিছে । মঙলবাৰে পুৱা এই দৃশ্য স্থানীয়সকলৰ চকুত পৰে ইয়াৰ পাছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় লায়লাপুৰত । স্থানীয় বাসিন্দাসকলে লায়লাপুৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে আহি মুখ বন্ধ দুটা বৃহৎ আকাৰৰ বেগ খুলোতেই চকু কপালত উঠে ।

ADVERTISEMENT

অসম-মিজোৰাম সীমান্তত লায়লাপুৰ পেট্র’ল প’ষ্টৰ আৰক্ষী কর্মীসকলে বেগৰ পৰা উদ্ধাৰ কৰে জীৱিত দুটা ভিন দেশৰ বন্যপ্রাণী । দুটা বেগৰ ভিতৰত লোহাৰ পিঞ্জৰাত আছে বিদেশী বন্যপ্রাণী । লগে লগে প্রাণী দুটা উদ্ধাৰ কৰি আউটপ’ষ্টলৈ লৈ অনা হয় । ইপিনে, বন্যপ্রাণী উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পাছতেই আৰক্ষী আউটপ’ষ্টত কৌতুহল মানুহৰ ভিৰ হয় । পৰৱর্তী সময়ত লায়লাপুৰ আউটপ’ষ্টৰ ইনচার্জ নোছাংছিয়ামে প্রাণী দুটা ধলাই থানাত লৈ যায় । খবৰ পাই উপস্থিত হয় আৰক্ষী ছুপাৰ নুমুল মাহাতো ।

RelatedPosts

DRUGS SEIZED IN ASSAM-MIZORAM BORDER : অসম-মিজোৰাম সীমান্তত মাদকদ্রব্য সহ আটক এজন

আইজলত অসম-মিজোৰামৰ আন্ত:ৰাজ্যিক সীমা সমন্ধীয় মন্ত্ৰী পৰ্যায়ৰ বৈঠক

মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

বন্যপ্রাণী সৰবৰাহ সক্রিয় হৈ উঠিছে । মিজোৰামৰ ভাইৰেটিৰ ছাইফাই আৰক্ষীৰ পাছত এইবাৰ অসমৰ লায়লাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ভিন দেশৰ বন্যপ্রাণী । উদ্ধাৰ হোৱা প্রাণী দুটা চিম্পাঞ্জি বুলি সন্দেহ কৰা হৈছে । এয়াও সন্দেহ কৰা হৈছে যে বন্য প্রাণীবোৰ ম্যানমাৰ বা ইন্দোনেছিয়াৰ পৰা মিজোৰাম হৈ লৈ যোৱা হৈছিল ।

উল্লেখ্য, মাত্র দুদিন পূৰ্বে মিজোৰামৰ ছাইফাই আৰক্ষীয়ে ভাগা-শ্বেৰখান পথত অসমত প্রৱেশল সময়ত ১৯টা বিদেশী বন্যপ্রাণীসহ কাছাৰ জিলাৰ তিনিজন আৰু কৰিমগঞ্জ জিলাৰ এজন যুৱকক গ্রেপ্তাৰ কৰি কাষ্টম বিভাগৰ হাতত গতাই দিছিল ।

বিৰল প্রজাতিৰ বন্যপ্রাণী চোৰাংচিকাৰী কৰিড’ৰত পৰিণত হৈছে কাছৰ জিলা । যদিও আৰক্ষী প্রশাসনৰ স’তে মিলি বনবিভাগৰ একাধিক চেক প’ষ্ট আছে কিন্তু তাকো গুৰুত্ব নিদিয়াকৈ ম্যানমাৰ, মিজোৰাম হৈ কাছাৰেৰে ইহঁতৰ অন্যত্র সৰবৰাহৰ কাম অবাদে চলি আছে ।

দুবছৰৰ মূৰত এই লৈ দুবাৰ সৰবৰাহকাৰীসকলৰ কৱলৰ পৰা উদ্ধাৰ কৰা হ’ল কেংগাৰুসহ একাধিক বিৰল প্রজাতিৰ বন্যপ্রাণী । ২০২০ত লালয়াপুৰত বন বিষয়াসকলৰ তৎপৰতাত এটা কেংগাৰুসহ বিৰল প্রজাতিৰ তিনিটা কাছ, দুটা লাজুকী বান্দৰ, ছটা কাকাতু উদ্ধাৰ হৈছিল । গাড়ীৰ চালক আৰু খালাচিক গ্রেপ্তাৰ কৰা হৈছিল । ধৃত নৰসিং ৰেড্ডি আৰু নৱনাথ তুকাৰাম দাইগুডৰ বক্তব্য, তেওঁলোকে তামিলনাডুৰ পৰা আলু মিজোৰামত লৈ গৈছিল । উভতি অহাৰ পথত দুই যুৱকে পথত গাড়ী ৰখায় আৰু পশুবোৰ গুৱাহাটিত আন্তর্জাতিক মাফিয়াক দিয়াৰ উদ্দেশ্যে নিছিল । সেই সময়ত বন বিভাগৰ তৰফৰ পৰা এই অভিযানল নেতৃত্ব দিছিল উত্তম দাসে । পাছত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তেওঁক বিশেষভাৱে পুৰষ্কৃতও কৰিছিল ।

ইয়াৰ পাছতে জনৈক বিষয়াক ইয়াৰ পাছৰ জনৈক্য বিষয়াক সলনি কৰি স্থানান্তৰিত কৰা হৈছে । তাৰ পাছৰ পৰা আৰু এনেদৰে আটক কৰা নাই ।

ইপিনে ৰঙিয়া আৰক্ষীয়ে আঠ ছেপ্টেম্বৰত অভিযান চলাই এদল আন্তর্জাতিক বন্যপ্রাণী সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে । অভিযানত অর্ধশতাধিক বিৰল প্রজাতিৰ বন্যপ্রাণী উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ কৰা বন্যপ্রাণীৰ ভিতৰত আছে দুটা কেংগাৰু, দুটা চিম্পাঞ্জি, ১৯টা বান্দৰ, ১৮টা ভেকুলী আৰু দুটা বাদুলী । কিন্তু আশ্চর্যকৰ বিষয় যে এই বন্যপ্রাণীবোৰো মিজোৰামৰ পৰা দিল্লীলৈ লৈ যোৱাৰ পথত বিপন্ন বিৰল প্রজাতিৰ সৰবৰাহকাৰীৰ দুটা গাড়ীও আটক কৰিছে আৰক্ষীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam-Mizoram border
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d