ATC PUJA BONUS : পূজা উপলক্ষে এ টি চি অধীনৰ চাহ শ্ৰমিকসকলৰ বাবে এটা সু খবৰ আহিছে । কাইলৈ অৰ্থাৎ ২৮ ছেপ্টেম্বৰৰ ভিতৰত এ টি চিৰ অধীনৰ সকলো শ্ৰমিকে বানচ লাভ কৰিব । এ টি চিৰ অধ্যক্ষ ৰাজদ্বীপ গোৱালাই জানিব দিয়া মতে , শ্ৰমিকসকলে এই বানচ এশ শতাংশকৈ পাবলৈ সক্ষম হ’ব । দুৰ্গা পূজাৰ পূৰ্বেই ৰাজ্য চৰকাৰে ১৮ কোটি টকা মোকলাই দিছে আৰু এ টি চিৰ অধীনত ১৫ খন চাহ বাগানৰ শ্ৰমিকে এই পূজা বানচ লাভ কৰিব। বেংক একাউন্টৰ যোগে এই বানচ প্ৰায় ১৬ হাজাৰ শ্ৰমিকক আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।
ATC PUJA BONUS : পূজা উপলক্ষে কাইলৈৰ ভিতৰত এ টি চিৰ চাহ শ্ৰমিকসকলে লাভ কৰিব বানচ
-
By publisher

- Categories: India, Assam
- Tags: ASSAM TEA CORPORATIONDURGA PUJA BONUS
Related Content
নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
By
publisher
March 9, 2026
কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
By
publisher
March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
By
publisher
March 9, 2026
এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
By
publisher
March 8, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
By
publisher
March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ'ল অসমত
By
publisher
March 8, 2026