Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

publisher by publisher
March 9, 2026
in India, News
Reading Time: 1 min read
0
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শাসনত ভাৰতত অতি চহকীহে অধিক চহকী হৈছে বুলি চলি থকা চর্চা সম্প্রতি সত্য প্রমাণিত হৈছে। আনকি মাথোঁ এবছৰতে দেশত বৃদ্ধি পালে ৫৭ জন অর্বুদপতিৰ সংখ্যা। ফলত সম্প্রতি দেশৰ অর্বুদপতিৰ সংখ্যা ৩০৮ জন হৈছে।

ADVERTISEMENT

এই তথ্য প্রকাশ পাইছে ২০২৬ৰ হুকন প্ল’ৱেল বিচ্চ তালিকাত। উক্ত তালিকাৰ মতে, অর্বুদপতি বা বিলিয়নাৰৰ দিশৰ পৰা ভাৰতৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পাছতে আছে; অর্থাৎ অতি চহকীৰ দিশৰ পৰা সম্প্রতি ভাৰতৰ স্থান বিশ্বত তৃতীয় হৈছে।

উক্ত তালিকাৰ মতে, বছৰটোত ভাৰতত নতুনকৈ ৫৭ জনৰ নাম অর্বুদপতিৰ তালিকাত সংযোজিত হয়। অৱশ্যে বছৰটোত আন ২৭জনে তালিকাখনৰ পৰা স্থান হেৰুৱায়। আনহাতে, বছৰটোত ভাৰতীয় অর্বুদপতিসকলৰ সম্পত্তি ১০ শতাংশ বৃদ্ধি পাই ১১২.৬ লাখ কোটি টকা হয়। এই তিনি শতাধিক ভাৰতীয় অর্বুদপতিৰ মাজৰ ১৯৯ জনৰ সম্পদ চকুত লগাকৈ বৃদ্ধি পায়।

আনহাতে, ১০৯ জনৰ সম্পত্তি হ্রাস পায় বা সম্পত্তিৰ মূল্য অপৰিৱৰ্তিত থাকে। উল্লেখ্য যে ভাৰতীয় অর্বুদপতিসকলৰ সাত শতাংশ হৈছে মহিলা। উক্ত তালিকাত এই কথা উল্লেখ কৰা হৈছে যে বহু ভাৰতীয় অর্বুদপতিয়ে ব্যৱসায়-বাণিজ্য পৰম্পৰাগত খণ্ডসমূহৰ পৰা ন ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছে।

আনহাতে, ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানী ভাৰত তথা এছিয়াৰে সবাতোকৈ ধনী ব্যক্তিৰ স্থান অক্ষুণ্ণ ৰাখিছে। সম্প্রতি আম্বানীৰ সম্পত্তিৰ মূল্য ৯.৮৯ লাখ কোটি টকা। যোৱা বছৰতকৈ এইবাৰ তেওঁৰ সম্পদ ন শতাংশ বৃদ্ধি পায়। উক্ত তালিকাত লগতে কোৱা হৈছে যে দেশত সম্পদৰ দিশৰ পৰা শক্তি খণ্ডই সবাতোকৈ অধিক আধিপত্য বিস্তাৰ কৰিছে।

অৱশ্যে শক্তি খণ্ডৰ ব্যৱসায়ৰ স’তে আঠজন অর্বুদপতিহে জড়িত আছে। তৎসত্ত্বেও এই আঠ অর্বুদপতিয়ে দেশৰ মুঠ অর্বুদপতিৰ সম্পদৰ মূল্যৰ প্ৰায় ১৬ শতাংশই দখল কৰি আছে। উল্লেখ্য যে বছৰটো পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ চাইৰাছ এছ পুনাৱালাই বছৰটোত সম্পদ আহৰণৰ ক্ষেত্ৰত ভাৰতীয় অর্বুদপতিসকলৰ ওপৰত আধিপত্য সাব্যস্ত কৰে। বছৰটোত তেওঁ ০.৯১ লাখ কোটি টকাৰ সম্পদ আহৰণ কৰে।

আনহাতে, দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইয়ে এইবাৰো অর্বুদপতিৰ দিশৰ পৰা দেশত আধিপত্য অক্ষুণ্ণ ৰাখে। মায়ানগৰীত বর্তমানেও সর্বাধিক অর্বুদপতিয়ে বাস কৰি আছে। মুম্বাইত মুঠ ৯৫ জন অর্বুদপতিয়ে বাস কৰি আছে। অৱশ্যে এছিয়াৰ ভিতৰত সৰ্বাধিক অর্বুদপতিয়ে বাস কৰে চীনৰ শেনজেন চহৰত। শেনজেনত ১৩৩ জন অর্বুদপতিয়ে বাস কৰি আছে। আনহাতে, বিশ্বৰ ভিতৰত সৰ্বাধিক সংখ্যক অর্বুদপতিয়ে বাস কৰা চহৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক।

মহানগৰখনত বাস কৰা মুঠ অর্বুদপতিৰ সংখ্যা হৈছে ১৪৬ জন। অয়’ৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱাল ভাৰতৰ সৰ্বকনিষ্ঠ অর্বুদপতি হুৰুন গ্ল’বেল বিচ তালিকাৰ মতে ভাৰতৰ সৰ্বকনিষ্ঠ অর্বুদপতিজন হ’ল অয়’ৰ প্ৰতিষ্ঠাপক বিতেশ আগৰৱাল। এইজন অর্বুদপতিৰ বয়স সম্প্রতি ৩২ বছৰ। তেওঁৰ সম্পদৰ মুঠ মূল্য হৈছে ১৪,৪৪০ কোটি টকা।

আনহাতে, দেশৰ অর্বুদপতিসকলৰ গড় বয়স হৈছে ৬৭ বছৰ। ইয়াৰ বিপৰীতে বিশ্বৰ অর্বুদপতিসকলৰ গড় বয়স হৈছে ৬৫ বছৰ। এইবাৰৰ উক্ত তালিকা অনুসৰি, দেশৰ মুঠ ২৩ মহিলা অর্বুদপতিৰ মুঠ সম্পদৰ মূল্য হৈছে ৯.৮ লাখ কোটি টকা। এনেদৰে মহিলা অর্বুদপতিৰ সংখ্যা বৃদ্ধিয়ে দেশৰ সম্পদৰ ভূচিত্ৰাৱলীত মহিলা উদ্যমীৰ সংখ্যা বৃদ্ধিক ইংগিত কৰিছে। দেশত উদ্যমিতা বৃদ্ধি পাবলৈ ধৰিছে বুলিও উক্ত তালিকাত কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gautam AdaniMUKESH AMBANINarendra Modi
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d