ASSAM POLICE HQ : সৰিয়হ ডুলিতে ভুত ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন আৰক্ষী বিষয়াৰ ক্ষেত্ৰত ৷ মহানগৰীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উৎকোচ লৈ হাতেলোটে ধৰা পৰিল আৰক্ষী বিষয়া ৷ মিয়াচান্দ আলী নামৰ বিষয়াজনে এজন লোকৰ পৰা ঘোচ লওঁতেই থিতাতে আটক কৰে আৰক্ষীৰ দুৰ্নীতি নিৰ্বাৰক শাখাই ৷ এই কথা সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷
ASSAM POLICE HQ : অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে উৎকোচ লৈ আটক আৰক্ষী বিষয়া
-
By publisher

- Categories: News, Assam, Crime
- Tags: Assam PoliceHQ ARRESTED ONE OFFICER
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025