DIMA HASAO : পাহাৰীয়া জিলা ডিমা হাছাওৰ দিয়ুংব্ৰাৰ আৰ্দাত দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শক্তিমন্ত্রী নন্দিতা গাৰ্লছা, সাংসদ হৰেনছিং বে, ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছা, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংঙৰ উপস্থিতিত উদ্বোধন কৰে কেন্দ্ৰটো। লগতে দক্ষতা বিকাশ কেন্দ্ৰটো অসমৰ ভিতৰতে ডাঙৰ আৰু বৃহৎ এটা কেন্দ্ৰ বুলি উল্লেখ কৰাৰ লগতে কেন্দ্ৰটোৰ জৰিয়তে ডিমা হাছাও আৰু অসমৰ যুৱক যুৱতী লাভাম্বিত হব, বিভিন্ন দিশৰ কাৰিকৰী বিদ্যা অৰ্জনৰে স্বাৱলম্বী আৰু সংস্থাপন লাভ কৰাৰ বাবে সক্ষম, যোগ্য হব পাৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পাছতে ডিমা হাছাওৰ উমৰাংচলৈ ৰাওনা হৈ উমৰংচ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অবাস, সৰস্বতী বিদ্যা মন্দিৰ আৰু গণেশ মন্দিৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
DIMA HASAO :ডিমা হাছাওৰ দিয়ুংব্ৰাত দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন
-
By publisher
- Categories: News, Assam, India
- Tags: DIMA HASAU VISIT CM
Related Content
Assam Tea Planters' Association ৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ সমুদ্ৰ প্ৰসাদ বৰুৱাৰ
By
publisher
December 22, 2024
তাচ পাতৰ দৰে খহিল কেইবামহলীয়া অট্টালিকা: দুজনৰ মৃত্যু, আৱদ্ধ কেইবাজনো
By
publisher
December 22, 2024
বিজনীত ১০,৭৮৪ জন হিতাধিকাৰীলৈ ৰেচন কাৰ্ড
By
publisher
December 22, 2024
৮ এপ্ৰিলত প্ৰমোদ বড়োৱে ছুইচাইড নকৰিলে ৯ এপ্ৰিলত বিপিএফে ছহীদ দিৱস পাতিব
By
publisher
December 22, 2024
বাসুদেৱ কৰ্মকাৰক বাঘে ভক্ষন কৰাৰ প্ৰতিবাদত উত্তাল শিলঘাট
By
publisher
December 22, 2024
চাকৰি নহয় খেতিৰে জিলিকিছে ৰূপম আৰু অৰূপ
By
publisher
December 22, 2024