DIMA HASAO : পাহাৰীয়া জিলা ডিমা হাছাওৰ দিয়ুংব্ৰাৰ আৰ্দাত দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শক্তিমন্ত্রী নন্দিতা গাৰ্লছা, সাংসদ হৰেনছিং বে, ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছা, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংঙৰ উপস্থিতিত উদ্বোধন কৰে কেন্দ্ৰটো। লগতে দক্ষতা বিকাশ কেন্দ্ৰটো অসমৰ ভিতৰতে ডাঙৰ আৰু বৃহৎ এটা কেন্দ্ৰ বুলি উল্লেখ কৰাৰ লগতে কেন্দ্ৰটোৰ জৰিয়তে ডিমা হাছাও আৰু অসমৰ যুৱক যুৱতী লাভাম্বিত হব, বিভিন্ন দিশৰ কাৰিকৰী বিদ্যা অৰ্জনৰে স্বাৱলম্বী আৰু সংস্থাপন লাভ কৰাৰ বাবে সক্ষম, যোগ্য হব পাৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পাছতে ডিমা হাছাওৰ উমৰাংচলৈ ৰাওনা হৈ উমৰংচ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অবাস, সৰস্বতী বিদ্যা মন্দিৰ আৰু গণেশ মন্দিৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
DIMA HASAO :ডিমা হাছাওৰ দিয়ুংব্ৰাত দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন
-
By publisher

ADVERTISEMENT
- Categories: News, Assam, India
- Tags: DIMA HASAU VISIT CM
Related Content
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
By
publisher
May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
By
publisher
May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
By
publisher
May 10, 2025