নদীদ্বীপ মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী

WhatsApp Image 2022 10 06 at 15.06.05

গুৰুজনাৰ জন্মোসৱ চলি থকাৰ মাজতে মাজলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ এখন ফেৰী ৷

মাজুলীৰ ন-মাটিৰ-কমলাবাৰীত প্ৰচণ্ড বতাহ বৰষুণ হোৱাত মাজ ভাতে ফেৰী খন আৱদ্ধ দৈ পৰা ৷যাত্ৰীৰ মাজত এক হাহাকায় পৰিবেশৰ সৃষ্টি হয় ৷

অৱশ্যে পিছত যাত্ৰী তৎপৰতাত ফেৰীৰ যাত্ৰীসকল ৰক্ষা পৰে ৷

Exit mobile version