ৰাতাবাৰীত পিষ্টলসহ ড্ৰাগছ জব্দ, আটক এজন

WhatsApp Image 2022 10 06 at 15.06.04

কৰিমগঞ্জৰ ৰাতাবাৰীৰ নিভয়া বজাৰত পিষ্টলসহ এজনক আটক ৷

এএছ ১০ নম্বৰৰ পালচাৰ বাইক এখন আহি থকাৰ সম্ভেদ পাই আৰক্ষীয়ে বাইকফন জব্দ কৰাৰ লগতে ব্ৰাউন চুগাৰ আৰু এটা হস্তনিৰ্মিত পিষ্টলো জব্দ কৰে৷ আনহাতে আটক কৰা যুৱকআনৰ নাম ইনাম উদ্দিন ৷

Exit mobile version