Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : ক্রিমিয়া-ৰাছিয়া সংযোগী সেতুত বিস্ফোৰণ, দাউদাউকৈ জ্বলিছে ৰে’ল ! প্রকাশ্যত ভিডিঅ’

publisher by publisher
October 8, 2022
in News, International
Reading Time: 1 min read
0
Russia Ukraine War : ক্রিমিয়া-ৰাছিয়া সংযোগী সেতুত বিস্ফোৰণ, দাউদাউকৈ জ্বলিছে ৰে’ল ! প্রকাশ্যত ভিডিঅ’
1
SHARES
12
VIEWS
ShareShareShareShare

ক্রিমিয়া আৰু ৰাছিয়াৰ সংযোগী সেতুত বিস্ফোৰণ । ক্রেমলিনৰ পৰা এই সেতুৰ জড়িয়তেই দক্ষিণ ইউক্রেইনৰ স’তে সংযুক্ত হৈ আছিল । শনিবাৰে পুৱা তীব্র বিস্ফোৰণত ক্ষতিগ্রস্ত হৈছে সেতুটো ।

ADVERTISEMENT

সেতুৰ মূলতঃ দুটা অংশ আছে । এটা অংশত আছে ৰে’ললাইন, অন্য অংশত পণ্যবাহী যান চলাচল কৰে । শনিবাৰৰ বিস্ফোৰণত সেতুৰ উভয় অংশই ক্ষতিগ্রস্ত হৈছে ।

RelatedPosts

পোলেণ্ডৰ আকাশমাৰ্গত প্ৰৱেশ ৰাছিয়াৰ ড্ৰোন!সতৰ্কতা জাৰি,

ইউক্রেনত পুনৰ ক্ষেপণাস্ত্র আক্ৰমণ ৰাছিয়াৰ, মৃত অন্তত ১০

North Korea sends 10,000 troops to help Russia:ৰাছিয়াক সহায়ৰ বাবে ১০,০০০ সৈনিকক প্ৰেৰণ উত্তৰ কোৰিয়াৰ

WhatsApp Image 2022 10 08 at 17.45.56

সামাজিক মাধ্যমত বিস্ফোৰণ-পৰৱর্তী কে’বাটাও ছবি আৰু ভিডিঅ’ বিয়পি পৰিছে । দেখা গৈছে, সেতুৰ যান চলাচলৰ মাজৰ অংশ ভাঙি গৈছে ।

ৰে’ল চলাচলৰ অংশত এখন ৰে’ল দাউদাউকৈ জ্বলিছে । মূলতঃ এই অংশতেই বিস্ফোৰণটো সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে ।

WhatsApp Image 2022 10 08 at 17.45.54 1

স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ছয় বজাত বিকট শব্দত কঁপি উঠে সেতু । বহু দূৰ পর্যন্ত সেই শব্দ শুনা গৈছিল ।

সেতুৰ ওপৰেৰে দূৰন্ত বেগত এখন ৰে’ল গৈছিল । সেই ৰে’লখনতো অগ্নি সংযোগ হয় ।

ভিডিঅ’ত দেখা গৈছে, সেতুৰ ওপৰত ৰৈ থকা এখন ৰে’লৰ দুটা কোঠাত জুই জ্বলিছে । ক’লা ধোঁৱাৰে আৱৰি পৰিছে চাৰিওপাশ ।

ইউক্রেইন আৰু ৰাছিয়াৰ বর্তমান পৰিস্থিতি সাপেক্ষে এই সেতুৰ ভূমিকা তাৎপর্যপূর্ণ ।

WhatsApp Image 2022 10 08 at 17.45.58

ক্ৰিমিয়া আৰু দক্ষিণ ইউক্রেইনৰ যিসমূহ অঞ্চল ৰাছিয়াই দখল কৰিছে, তাত ৰুছ বাহিনীৰ স’তে যোগাযোগ আৰু ৰেচন সৰবৰাহৰ বাবে এই সেতু ব্যৱহাৰ কৰা হয় ।

কিয় এই সেতুত বিস্ফোৰণ ঘটোৱা হ’ল, সেয়া এতিয়াও স্পষ্ট নহয় ।

স্থানীয় সংবাদমাধ্যমৰ দাবী, সেতুৰ ওপৰত এটা ইন্ধন ভর্তি টেংকাৰত অগ্নি সংযোগ হৈছিল । তাৰ পৰাই এই বিপত্তি হয় । কিন্তু প্রশাসনৰ তৰফৰ পৰা এতিয়াও বিস্ফোৰণৰ কাৰণ জনোৱা হোৱা নাই ।

২০১৮ত ১২ মাইল দৈৰ্ঘ্যৰ সেতুৰ যান চলাচলৰ অংশটো আৰম্ভ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । তাৰ দুবছৰ পাছত ৰে’ল পৰিবহণৰ অংশটোও আৰম্ভ হৈছে । শনিবাৰৰ বিস্ফোৰণত ক্ষতিগ্রস্ত হ’ল সেই সেতু ।

WhatsApp Image 2022 10 08 at 17.45.59 1

ফেব্রুৱাৰীত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত আৰম্ভ হোৱা পৰস্পৰ বিৰোধী যুদ্ধৰ পাছত নানা দাবী কৰি গৈছে দুয়োখন দেশে । ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ সচিবালয়ক উদ্ধৃত কৰি আমেৰিকাৰ এটা সংবাদমাধ্যমে জনাইছে, সেই দেশৰ দক্ষিণে খেৰছন অঞ্চলৰ প্রায় ২৪০০ স্কোৱেৰ কিলোমিটাৰ অঞ্চল পুনৰ দখল কৰিছে ইউক্রেইনৰ সেনাই ।

জেলেনস্কিৰ সচিবালয়ৰ এগৰাকী বিষয়া কাইৰাইল’ টিমোছংকোক উদ্ধৃত কৰি আমেৰিকাৰ এই সংবাদমাধ্যমে জনায়, খেৰছন অঞ্চলৰ ছটা জনবসতি আৰু বেৰিশ্লাভ অঞ্চলৰ ৬১টা জনবসতিক ৰুছ সেনাৰ পৰা ‘মুক্ত’ কৰা সম্ভৱ হৈছে । যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে এনে ইতিবাচক অগ্রগতি হোৱা নাই বুলি দাবী ইউক্রেইনৰ ।

WhatsApp Image 2022 10 08 at 17.45.59

আনহাতে, ৰাছিয়াৰ তৰফৰ পৰা অৱশ্যে আগতেই বিবৃতি দি জনোৱা হৈছিল, ইউক্রেইনৰ এক-ষষ্ঠাংশ দখল কৰিছে তেওঁলোকে । কিন্তু আমেৰিকাৰ সংবাদমাধ্যমৰ একাংশৰ দাবী, বর্তমান বহু অঞ্চল পুনৰ দখল কৰিছে জেলেনস্কিৰ সেনাই ।

কিন্তু পুটিন-বাহিনীয়ে এই দাবী অস্বীকাৰ কৰিছে । যোৱা বৃহস্পতিবাৰে ৰাছিয়াৰ এজন সেনা বিষয়াই কয়, “ইউক্রেইনত যুদ্ধৰ অগ্রগতি সন্দৰ্ভত ভুৱা দাবী কৰা বন্ধ কৰক । মানুহে সকলো জানে, কোনো মূৰ্খ নহয় ।”

বৃহস্পতিবাৰে নিশা দেশবাসীক উদ্দেশ্যি ভাষণত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয়, “দেশৰ দক্ষিণত আমাৰ সেনাবাহিনী অতি দ্রুতভাৱে অগ্রসৰ হৈছে । আমি স্তব্ধ নহ‌ওঁ । আমি আমাৰ ভূমিৰ পৰা দখলকাৰীসকলক আঁতৰামেই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: explosion ona bridge cannecting crimea-russiaRussia Ukraine War
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d