Goat thief escapes with handcup :বকোৰ জামবাৰী আৰক্ষী পহৰা চকীত অঘটন

হেণ্ডকাপ সহিতে পলায়ন ছাগলী চোৰৰ

WhatsApp Image 2022 10 09 at 16.01.26

Goat thief escapes with handcup : বকোৰ জামবাৰী আৰক্ষী পহৰা চকীত অঘটন। হেণ্ডকাপ সহিতে পলায়ন কৰিছিল ছাগলী চোৰে। পলাতক চোৰটোৰ নাম আলিম আলী (২৫)। ঘৰ জামবাৰীৰ সমীপৰ আন্ধেৰিটাৰীত। পুলিচৰ লোক শুই থকাৰ সুযোগ বুজি চোৰটোৱে কৰিছিল পলায়ন। প্ৰায় ৭ঘণ্টাৰ শ্বাসৰুদ্ধকাৰ পৰিস্থিতিৰ মুৰকত চোৰটোক গৰৈমাৰী যোৱা পথৰ হাতীপাৰাৰ সমীপত আটক কৰে জামবাৰী আৰক্ষীয়ে ।

 ছাগলী চুৰিৰ অপৰাধত‌ কালি আটক কৰা হৈছিল চোৰ আলিম আলীক । আলীৰ ঘৰ জামবাৰীৰ সমীপৰ আন্ধেৰিটাৰীত। পুলিচৰ লোক শুই থকাৰ সুযোগ বুজি চোৰটোৱে কৰিছিল পলায়ন । বৰ্তমান বকো আৰক্ষী থানাত পলাতক চোৰ আলিম আলী ।

Exit mobile version