GMC NOTICE TO APCC PRESIDENT BHUPEN BORA : চৰকাৰৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ মহানগৰীৰ ঘোঁৰামৰা চাৰিআলিৰ নিৰিবিলি পথত থকা বৰাৰ বাসগৃহৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ আৰু এপ্ৰ’ভ প্লেনৰ প্ৰতিলিপি বিচাৰি জাননী জাৰি কৰে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ৷ তিনিদিনৰ ভিতৰত নথি দাখিলৰ নিৰ্দেশ পৌৰ নিগমৰ ৷
উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অবৈধভাৱে গৃহ নিৰ্মাণ কৰা বুলি অভিযোগ দাখিল কৰিছিল ভাস্কৰজ্যোতি
কুমাৰ আৰু হীৰেন ভট্ট নামৰ লোক দুজনে ৷