KAZIRANGA NATIONAL PARK : কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত মৃত গঁড় উদ্ধাৰ

উদ্ধাৰ কৰিলে খড়্গ

WhatsApp Image 2022 10 13 at 13.37.49

KAZIRANGA NATIONAL PARK :কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ অন্তভাগত আজি বনৰক্ষী দল এটাই মৃত গঁড় এটা উদ্ধাৰ কৰে । ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ কৰে মৃত গঁড়টো। বন বিভাগৰ পশু চিকিৎসকৰ দলে প্ৰকাশ কৰা মতে বয়স অধিক হোৱাৰ বাবেই গঁড়টোৱে স্বাভাৱিক মৃত্যুক সাবটি লয় ৷

আনহাতে বন বিভাগে অক্ষত অৱস্থাত উদ্ধাৰ কৰে গঁড়টোৰ খড়্গটো ।

Exit mobile version