Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

HILSA FISH : ইলিছ মাছৰ নামত আপুনি খাইছে বৰবিহ ! বহি: ৰাজ্যৰ পৰা আমদানি কৰা মাছত থাকিব পাৰে ফাৰ্মলিন , কেনেকৈ চিনিব এই মাছ ?

জানিবলৈ পঢ়ক –

publisher by publisher
October 15, 2022
in News
Reading Time: 1 min read
0
HILSA FISH : ইলিছ মাছৰ নামত আপুনি খাইছে বৰবিহ ! বহি: ৰাজ্যৰ পৰা আমদানি কৰা মাছত থাকিব পাৰে ফাৰ্মলিন , কেনেকৈ চিনিব এই মাছ ?
3
SHARES
27
VIEWS
ShareShareShareShare

HILSA FISH : মাছৰ ভিতৰত ইলিছ মাছৰ সোৱাদ আন মাছৰ লগত তুলনা নহয় । বাংলাৰ ঘৰে ঘৰে সকলো সময়ত মাছৰ এবিধ ব্যঞ্জন পোৱা যায় । অসমীয়া সমাজতো ৰান্ধনী শাল শুৱনি কৰে মাছৰ টেঙা জোলে । ভাৰতৰ উপকূলীয়া অঞ্চলত বসবাস কৰা সকলো লোকৰ মাছ অবিহনে আহাৰৰ থালিখন অসম্পূৰ্ণ হৈ পৰে । বৰ্ষাৰ আগমণৰ লগে লগে উপকূলীয়া অঞ্চলত মৎস্যজীৱিসকলৰ তৎপৰতা বৃদ্ধি পায় । ঘৰে ঘৰে ইলিছ মাছৰ লগতে অন্যান্য মাছ ধৰে ।

ADVERTISEMENT

অৱশ্যে আজিকালি খাদ্য-দ্ৰব্যৰ লগতে মাছ-মাংসও ভেজাল হ’বলৈ ধৰিছে । দিনৰ পিছত দিন ধৰি মাছ বৰফত ৰখা দেখা যায় । এই বৰফত ৰখা মাছেই পিছত ব্যৱসায়ীসকলে অধিক দামত ক্ৰেতাক বিক্ৰী কৰি মুনাফা আদায় কৰে ।

RelatedPosts

Majuli:মাজুলীত বিহ দি পৰিভ্ৰমী পক্ষী নিধন

Dupdhara Incident:গোৱালপাৰাৰ ধূপধৰাৰ মাৰিয়ামপুৰত হাহাকাৰ

Bihar : বিহাৰত পুনৰ সুৰা ট্ৰেজেডী !

কিন্তু মাছ প্ৰিয়সকলে হয়তো নাজানে যে তেওঁলোকে ভাল পোৱা এই মাছত বৰবিহ সোমাই আছে । অৰ্থাৎ বৰফত ৰখা এই মাছসমূহ বেয়া হৈ নাযাবৰ বাবে ফাৰ্মলিন দিয়া হয় । সম্প্ৰতি কেৰেলাৰ স্বাস্থ্য বিভাগে কোল্লাম জিলাৰ পৰা প্ৰায় ১০,০০০ কেজি এনে ফাৰ্মলিনযুক্ত মাছ জব্দ কৰিছে । জানি হয়তো ভয় খাব যে , এই বিষাক্ত ফাৰ্মলিন মৃতদেহ সংৰক্ষণ কৰিবলৈ মৰ্গত ব্যৱহাৰ কৰা হয় । ‘অপাৰেশ্যন সাগৰ ৰাণী’ আৰম্ভ হোৱাৰ পিছত ফাৰ্মলিনযুক্ত সাত হাজাৰ কেজি শিঙৰা মাছ আৰু ২৬০০ কেজি অন্যান্য প্ৰজাতিৰ মাছসহ মুঠ ২১,৬০০ কেজি মাছ জব্দ কৰিছিল কেৰেলা প্ৰশাসনে । ইফালে নগালেণ্ডত ফাৰ্মলিনযুক্ত মাছ বিক্ৰি নিষিদ্ধ কৰাৰ পিছতেই কহিমা জিলা প্ৰশাসনে প্ৰায় ১০ লাখ টকা মূল্যৰ ফাৰ্মলিন কঢ়িয়াই নিয়া চাৰিখন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল । এই খবৰে মৎসপ্ৰেমীসকলক যথেষ্ট আতংকিত কৰি তুলিছিল ।
এতিয়া কথা হ’ল ফাৰ্মলিন কি ?

ফাৰ্মলিন হৈছে এবিধ অত্যন্ত বিষাক্ত ৰাসায়নিক পদাৰ্থ । যাক পচনৰোধী হিচাপে ব্যৱহাৰ কৰা হয় । ই হৈছে জ্বলাই উলিওৱা কাঠৰ পণ্য আৰু কাপোৰ তৈয়াৰ কৰিবলেও ইয়াক ব্যৱহাৰ কৰা হয় । ইয়াক জীৱাণুনাশক হিচাপেও ব্যৱহাৰ কৰা হয় । বিশেষকৈ মৃতদেহ ৰখা মৰ্গত মৃতদেহৰ বিভিন্ন অংগ পচি নাযাবলৈ ফাৰ্মলিন দি মৃত শৰীৰ সংৰক্ষণ কৰা হয় ।
ফাৰ্মলিনৰ ক্ষতিকাৰক প্ৰভাৱ :

ফাৰ্মলিনে মানুহৰ কাহ , শ্বাসৰ সমস্যা , বমি ভাৱ অহা বা ছালত জ্বলা ভাৱৰ সৃষ্টি কৰে । এই বিষাক্ত দ্ৰব্য দীৰ্ঘ সময়ৰ বাবে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ব্লাড কেন্সাৰৰ লগতে অন্যান্য কেন্সাৰ ৰোগ হোৱাত সহায় কৰে । আন্ত: জাৰ্তিক কেন্সাৰ গৱেষণা সংস্থা আৰু আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন উভয়ে ফাৰ্মলিনক মানৱদেহৰ বাবে অতিকৈ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য হিচাপে চিহ্নিত কৰিছে । ফাৰ্মলিন মানৱদেহৰ মিউকাচ মেমব্ৰনৰ সংস্পৰ্শলৈ আহিলে মানুহৰ শ্বাস নলীত জ্বলা ভাৱ অহাৰ লগতে ডিঙিৰ অসুখ, নিউমোনিয়া আৰু ব্ৰংকাইটিছ দৰে ৰোগৰ সৃষ্টি কৰে । এনে ক্ষতিকাৰক প্ৰভাৱৰ বাবে মানুহৰ এলাৰ্জি আৰু লিভাৰৰ মাৰাত্মক ৰোগৰো আশংকা থাকে। সমান্তৰালকৈ ফাৰ্মলিনৰ পৰা মানুহৰ কিডনীৰো ক্ষতি হয় ।

এতিয়া কথা হ’ল ফাৰ্মলিনযুক্ত মাছ কেনেকৈ চিনাক্ত কৰিব ?
বজাৰত উপলব্ধ মাছত ফাৰ্মলিন আছেনে নাই খুউৱ সহজে ধৰিব নোৱাৰি । চিকিৎসকৰ মতে যি মাছত ফাৰ্মলিন দিয়া হয় ,সেই মাছ অন্য মাছতকৈ যথেষ্ট শকত হয় । অৰ্থাৎ তাজা মাছৰ তুলনাত ফাৰ্মলিনযুক্ত মাছ শকত হোৱা দেখা যায় । মাছৰ গোন্ধ থাকে যদিও ফাৰ্মলিনযুক্ত মাছৰ গোন্ধ তীব্ৰ হোৱা দেখা যায় । লক্ষ্যণীয় কথা যে , ফাৰ্মলিনযুক্ত মাছত কেতিয়াও মাখি নপৰে । সাধাৰণ দৃষ্টিত এই কথাকেইটা মন কৰিলেই আপুনি ফাৰ্মলিনযুক্ত মাছ সঠিককৈ চিনিব পাৰিব । উল্লেখযোগ্য যে , খোৱাৰ সময়ত আপুনি ফাৰ্মলিনযুক্ত মাছ কেতিয়াও চিনিব নোৱাৰে । একমাত্ৰ ৰাসায়নিক পৰীক্ষাৰ যোগেদিহে এই মাছ চিনাক্ত কৰিব পাৰি ।

ফাৰ্মলিনযুক্ত মাছ কেনেকৈ চাফা কৰিব ?
যদি মাছ কিনাৰ সময়ত আপুনি ফাৰ্মলিনৰ উপস্থিতি ধৰিব নোৱাৰে , তেন্তে সঠিক পদ্ধতিৰে ধুলে সেই ভয় কিছু হ্ৰাস পাব । বজাৰৰ পৰা কিনি অনা মাছখিনি প্ৰথমতে কমেও ১২ মিনিট সময় ধুব লাগে । ধুৱাৰ পিছত মাছখিনি বহু সময় পানীত ডুবাই ৰখাও আৱশ্যক । বিশেষকৈ ফাৰ্মলিনযুক্ত মাছ পৰীক্ষা কৰাত যথেষ্ট অসুবিধা হোৱাৰ বাবে এই মাছ বহু সময়জুৰি ধুব লাগে ।

তেনেক্ষেত্ৰত বজাৰত সহজে উপলব্ধ হোৱা মাছ বেছিভাগ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰা হয় । এনে মাছ পাৰিলে বৰ্জন কৰাটো বাঞ্চনীয় । বিশেষকৈ সকলোৰে প্ৰিয় ইলিছ মাছৰ চাহিদা অসমত বহুত বেছি । এই ইলিছ মাছৰ সৰ্বাধিক বহি: ৰাজ্যৰ পৰা আমদানি কৰা হয় । গতিকে সকলোৰে প্ৰিয় হ’লেও ইলিছ মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত সকলোৱে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FORMALIN CHEMICALHILSA FISHPOISONING
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d