Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Mine blast in Turkey : তুৰ্কীৰ আমচৰাৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ থিতাতে নিহত ২৮

খনিত আবদ্ধ দুই ডজনৰো অধিক

publisher by publisher
October 15, 2022
in International, News
Reading Time: 1 min read
0
Mine blast in Turkey : তুৰ্কীৰ আমচৰাৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ থিতাতে নিহত ২৮
1
SHARES
5
VIEWS
ShareShareShareShare

Mine blast in Turkey : উত্তৰ তুৰ্কীত যোৱাকালি এটা কয়লা খনিৰ ভিতৰত সংঘটিত হোৱা এক বিস্ফোৰণত ২৮ জন খনিকৰ্মী থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় এঘাৰজন ৷ আনহাতে খনিৰ ভিতৰত আবদ্ধ হৈ আছে দুই ডজনৰো অধিক কৰ্মী ৷

ADVERTISEMENT

দেশখনৰ স্বাস্থ্য মন্ত্ৰী ফাহৰেটিন কোকাই সংবাদমাধ্যমক কালি সন্ধিয়া সহৰি কৰে যে, খনিৰ তলৰ পৰা জীৱিত অৱস্থাত উলিয়াই অনা আন ১১ জন লোকক চিকিৎসালয়ত চিকিৎসাধীন কৰি থকা হৈছে।

RelatedPosts

তুৰস্কত বিমান দুৰ্ঘটনাত মৃত্যু লিবিয়াৰ সেনা প্ৰধান

ৰয়টার্ছকে ধৰি তিনিটা বিদেশী সংবাদ মাধ্যমৰ একাউণ্ট বন্ধ কৰিলে ভাৰতে !

বিমানে বিস্ফোৰক বহন! নিয়ম উলংঘা কৰাৰ বাবে তুৰ্কী বিমান সংস্থাসমূহক সকীয়াই দিছে কেন্দ্ৰই 

WhatsApp Image 2022 10 15 at 14.52.06 1

বিস্ফোৰণৰ সময়ত মুঠ ১১০ জন শ্ৰমিক খনিত কৰ্মৰত হৈ আছিল৷ আনহাতে অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে জানিব দিয়ে যে কৃষ্ণ সাগৰ প্ৰদেশ বাৰ্টিনৰ আমাচৰা জিলাৰ খনিটোত সংঘটিত হোৱা বিস্ফোৰণত হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে ৫৮ জনক উদ্ধাৰ কৰা হৈছে ৷ তথাপিও মাটিৰ তলত ৩০০ ৰ পৰা ৩৫০ মিটাৰ (প্ৰায় ১,০০০ ৰ পৰা ১,১৫০ ফুট) দুটা পৃথক এলেকাত ১৫ জন খনিকৰ্মী আৱদ্ধ হৈ আছে ।

ইফালে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদাৰক কৰি থকা তুৰ্কীৰ শক্তি মন্ত্ৰী ফাতিহ ডনমেজে কয় যে, প্ৰাৰম্ভিক সংকেতসমূহে ফায়াৰ্ডেম্পৰ ফলত হোৱা বিস্ফোৰণৰ ফালে আঙুলিয়াই দিয়ে ৷ স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬:১৫ বজাত সংঘটিত হৈছিল। অৱশ্যে বিস্ফোৰণৰ কাৰণ এতিয়াও নিশ্চিতভাৱে জনা হোৱা নাই। আনহাতে স্থানীয়লোকে প্ৰকাশ কৰে যে ঘটনাটোক দুৰ্ঘটনা হিচাপে গণ্য কৰে৷ এই সন্দৰ্ভত তুৰ্ক চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা উচিত ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু কেইবা গৰাকী মন্ত্ৰী উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাতে আবদ্ধসকলক নিৰাপদে উদ্ধাৰ ব্যৱস্থা কৰাৰ লগতে আহত সকলৰ চিকিৎসাৰ তদাৰ কৰিছি ৷

WhatsApp Image 2022 10 15 at 14.53.06 1

বাৰ্টিন প্ৰদেশৰ ৰাজ্যপালজনে সংবাদ মাধ্যমক সদৰি কৰি কয় যে, ৭০ জনতকৈও অধিক উদ্ধাৰকাৰীৰ এটা দলে প্ৰায় ২৫০ মিটাৰ তলৰ গাঁতটোৰ এটা বিন্দুত উপনীত হ’বলৈ ইতিমধ্যে সক্ষম হৈছে ৷হয়তো আজিৰ দিনটোৰ ভিতৰত আবদ্ধ সকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব৷

শেহতীয়া বাতৰি অনুসৰি তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে এই শোকাৱহ ঘটনাৰ খবৰ পোৱাৰ পিছতে দক্ষিণ-পূব তুৰস্কৰ ভ্ৰমণ আধাতে বাতিল কৰি শনিবাৰে বিয়লী আমাচৰাত উপস্থিত হোৱাৰ কথা সদৰি কৰে অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে ।

উল্লেখ্য এই ঘটনাৰ পূৰ্বে ২০১৪ বৰ্ষত মণিছাৰ এজিয়ান প্ৰদেশৰ চোমা জিলাৰ আইনেজ কয়লা কয়লা খনিত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত মুঠ ৩০১ জন লোক নিহত হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mine blastTurkey
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d