KASUGAON JUPITAR-SAMPRITI  MEETING :কচুগাৱত জুপিতৰা আৰু সম্প্ৰীতি ভিও কমিটিৰ উদ্যোগত সজাগতা সভা

WhatsApp Image 2022 10 19 at 19.26.41

KASUGAON JUPITAR-SAMPRITI MEETING : গোসাইগাও মহকুমাৰ কচুগাৱত আজি জুপিতৰা আৰু সম্প্ৰীতি ভিও কমিটিৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয় । উক্ত সভাত চৰকাৰৰ দীন দয়াল উপাধ্যায় কুশল যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আদি আচনি সম্পৰ্কে আত্ম সহায়ক গোটৰ মহিলা সকলক বুজাই দি সজাগ কৰা হয় ।

ভাত কচুগাও উন্নয়ন খণ্ডৰ এনআৰএলএমৰ ব্লক সমন্বয়ক মিনছাৰাং বসুমাতাৰী, কচুগাও ভিচিডিচিৰ অধক্ষ্য দিৱস সৰকাৰ, ভিও কমিটিৰ সভানেত্ৰী,সম্পাদিকা প্ৰমূখ্যে আত্ম সহায়ক গোটৰ মহিলা সকল উপস্থিত থাকে।

Exit mobile version