Omicron : ভাৰতত কৰ’নাৰ নতুন প্রজাতি, দীপাৱলীৰ পূৰ্বে বৃদ্ধি সংক্রমণৰ হাৰ

highly infectious new omicron sub variant bf 7 detected in india

বিগত ২৪ ঘণ্টাত ১৯৪৬টা নতুন কৰ’না সংক্রমণৰ সন্ধান পোৱা গৈছে ভাৰতত ।

প্ৰায় পাঁচটা নতুন প্রজাতি চিহ্নিত হৈছে, যাৰ ভিতৰত আছে চীনৰ মংগোলিয়াত সদ্য সন্ধান পোৱা ‘অ’মিক্রন স্পন’ প্রজাতিও ।

নতুন সংক্রমণৰ নিৰিখত ৰাজ্যসমূহৰ ভিতৰত শীর্ষত মহাৰাষ্ট্র ।

আসন্ন শীতকালত শংকা দ্রুত হাৰত সংক্রমণ বৃদ্ধিৰ ।

Exit mobile version