Optical Illssion : ’জীৱন চৰ্যা’ এই ছবিখন চাওঁক আৰু মনৰ স্থিতিৱস্থাৰ প্ৰমাণ কৰক !

অপটিকেল ইলিউশ্যন এই ছবিখনে ক’ব আপোনাৰ মনৰ ভিতৰৰ বহু কথা

WhatsApp Image 2022 10 24 at 15.42.26

Optical Illssion :

আপোনাৰ যিকোনো কামৰ ক্ষেত্ৰত কিমান চাপ ল’ব পৰা ক্ষমতা আছে , এইকথাও প্ৰমাণ কৰিব এই ছবিখনে । ইতিমধ্যে সৰ্বত্ৰে ভাইৰেল হৈ পৰা এই ছবিখনত শতাব্দীৰ শ্ৰেষ্ঠ ছবি হিচাপে অভিহিত কৰা হৈছে । আপোনৰ মন সম্পৰ্কে সকলো প্ৰশ্নৰ উত্তৰ এই ছবিতেই লুকাই আছে । গতিকে এই ছবিখন চাওঁক আৰু নিজক জানিবলৈ চেষ্টা কৰক ।

অপটিকেল ইলিউশ্যন এই ছবিৰ মাজতেই মাজতেই লুকাই আছে আপোনাৰ-মোৰ বহু নজনা কথাৰ সাঁথৰ । আপোনাৰ মন সম্পৰ্কে বিভিন্ন বিষয় জানিবলৈ হ’লে এই ছবিখন ভালদৰে পৰ্যবেক্ষণ কৰক । আচলতে এইধৰণৰ ছবিয়ে মানুহৰ মস্তিষ্কৰ পৰীক্ষা কৰে ।

আমাৰ প্ৰত্যেকৰে চিন্তা-ভাৱনা তথা চৰিত্ৰৰ কথাও এই ছবিখনত লুকাই আছে । এই ছবিখনে মানুহৰ চৰিত্ৰৰ সকলোবোৰ দেখুৱাৰ চেষ্টা কৰে । অৱশ্যে এই ছবিখনে মানুহৰ সকলো কথা কয় যদিও এই সকলোবোৰ নিৰ্ভৰ কৰিব আপুনি দিয়া উত্তৰৰ ওপৰত । আপোনাৰ মনৰ স্থিৰতা সম্পৰ্কে জানিবলৈ ভালদৰে এই ছবিখন চাওঁক । আপুনি বাৰু ছবিখনত প্ৰথমতে কি দেখিছে ?

ছ’চিয়েল মিডিয়াত সম্প্ৰতি অপটিকেল ইলিউশ্যন ৰ এই ছবিখন সাংঘাটিকধৰণে ভাইৰেল হৈছে আৰু বিভিন্নধৰণৰ প্লেটফৰ্মত ছবিখন চেয়াৰ কৰাও দেখা গৈছে ।

এই ছবিখন আচলতে মেক্সিকোৰ বিখ্যাত চিত্ৰশিল্পী অকটভিঅ’ অকেম্প –এ অংকন কৰা এখন ছবি । এই ছবিখন মানুহৰ মস্তিষ্কৰ পৰীক্ষা কৰিবলৈকে অংকন কৰা হৈছে । এই ছবিত লুকাই আছে দুটা বিষয় । ছবিখনৰ মাজত এজন ব্যক্তিৰ এখন ডাঙৰ মুখ আৰু ভিতৰত অসংখ্য মানুহৰ মুখ আছে । আপুনি কি দেখিছে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব , আপোনাৰ মনটো কিমান স্থিৰ বা অস্থিৰ ।

এই ভাইৰেল ছবিখনত প্ৰথমে দেখা পোৱা যায় , এজন ব্যক্তিৰ ডাঙৰ মুখখনৰ চাৰিওকাষে আছে মানুহক অস্থিৰ কৰি দিব পৰা এক কনফিউজন । কাৰণ এইখিনিতে লুকাই থকা বিষয়টো মানুহে বুজিব নোৱাৰে । এই ছবিখনৰ অস্থিৰ অৱস্থাই মানুহক কনফিউজ কৰি দিয়ে যে তেওঁৰ জীৱনৰ লক্ষ্য কি ?

এই কাৰণেই মানুহৰ মনটো অস্থিৰ হৈ পৰে । যদিও এই ছবিখনত অন্যান্য বিভিন্ন মানুহৰ মুখ দেখিবলৈ পোৱা যায় , তেন্তে আপুনি বুজিব যে সেইজন মানুহ সাংঘাটিক ৰক্ষণাত্মক । তেওঁৰ মন সহজেই অস্থিৰ হয় । তেওঁ নাজানে যে , তেওঁ এতিয়া কি কৰিব বা কি কৰা উচিত আৰু যদি ছবিখন সহজে বুজি উঠিছে , তেন্তে বুজিব যে , আপুনি জীৱনৰ লক্ষ্যত সহজে উপণীত হ’ব পাৰিব ।

Exit mobile version